Letter of Appointment:স্নাতক শিক্ষক – স্নাতকোত্তৰ শিক্ষকৰ বাছনিকৃত প্রার্থীয়ে নিযুক্তি-পত্ৰ লাভ কৰিব ১৩ নৱেম্বৰত

janata bhawan

Letter of Appointment:

সকলো উৎকণ্ঠাৰ অন্ত পেলাই স্নাতক শিক্ষক – স্নাতকোত্তৰ শিক্ষকৰ বাছনিকৃত প্রার্থীয়ে নিযুক্তি-পত্ৰ লাভ কৰিব ১৩ নৱেম্বৰত ৷

উল্লেখ্য যে স্নাতক শিক্ষক – স্নাতকোত্তৰ শিক্ষক পদত বাছনিত উঠিছিল ৭,৮৫০ গৰাকী চাকৰি প্ৰত্যাশী ৷ ইয়াৰে ৬,৫৭১ গৰাকী প্রার্থী স্নাতক শিক্ষক পদৰ বিপৰীতে ১,২৭৯ গৰাকী প্রার্থী স্নাতকোত্তৰ শিক্ষক পদৰ প্ৰাৰ্থী ৷

আনহাতে প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ শিক্ষক পদত বাছনিকৃত প্রার্থীয়ে নিযুক্তি পত্ৰ লাভ কৰিব
৯ নৱেম্বৰত ৷ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ শিক্ষক পদত বাছনিকৃত প্রার্থীৰ সংখ্যা ৪,২৭৯ গৰাকী। ইয়াৰে ২,৯৮০ গৰাকী প্ৰাথমিকৰ বিপৰীতে ১,২৯৯ গৰাকী প্রার্থী উচ্চ প্ৰাথমিকৰ ৷

Exit mobile version