Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Roi Roi Binale Release Today: সকলো উৎকণ্ঠাৰ অন্ত পেলাই চলচ্চিত্ৰ গৃহত মুকলি হ’ল অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিম ছবি ‘ৰৈ ৰৈ বিনালে

প্ৰথম দৰ্শনী চাই আৱেগিক হৈ পৰিল দৰ্শক, সকলোৰে চকুত চকুপানী

publisher by publisher
October 31, 2025
in Assam
Reading Time: 1 min read
0
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

এতিয়াও অবিশ্বাস্য যে জুবিন হেৰাই গ’ল!

উচ্চতৰ মাধ্যমিক শ্রেণীত প্রতি মাহে জুবিন গাৰ্গৰ জীৱন-সৃষ্টিক লৈ চর্চা

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

Roi Roi Binale Release Today:

অসমবাসী আৰু জুবিন অনুৰাগীক সকলো উৎকণ্ঠাৰ অন্তত আজি পুৱা অসম সহ দেশৰ প্ৰায়বোৰ চলচ্চিত্ৰ গৃহত মুকলি হ’ল অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিম ছবি ‘ৰৈ ৰৈ বিনালে’। এই ছবিয়ে অসমৰ ছবি উদ্যোগলৈ এনে এক জোৱাৰ আনিলে য’ত জুবিনে বিচৰাৰ দৰেই বহু বন্ধ হৈ থকা ছবিগৃহও মুকলি হ’ল।
গুৱাহাটী সহ ৰাজ্যৰ প্ৰতিটো কথাছবি গৃহত পুৱা ৪-২৫ ত প্ৰথম দৰ্শনী আৰম্ভ হয় ৷পুৱতি নিশাৰ পৰাই ভিৰ কৰিছিল অনুৰাগীয়ে ছবিখন উপভোগ কৰিবলৈ ৷ গুৱাহাটীৰ মেট্রিক্স ছবিগৃহ আৰু ঢেকিয়াজুলিৰ লক্ষত্ৰ চলচ্চিত্ৰ গৃহত জুবিন গাৰ্গৰ বাবে এখন আসন সংৰক্ষণ কৰা হয় ৷ উল্লেখ্য যে,দেশৰ ভিতৰতে প্রথম গুৱাহাটীৰ মেট্রিক্স চিনেমা হলত পুৱা ৪.২৫ বজাত ‘ৰৈ ৰৈ বিনালে’ৰ প্রথম দর্শনী আৰম্ভ হয় l
আনহাতে তিনিচুকীয়াটো আজি অভিলেখ ভংগ কৰি পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ৰৈ ৰৈ বিনালে। কোনোবাই যদি পুৱা ৫ বজাত আহিছে কোনোবাই আক’ ৫.৩০ বজাতে সদলবলে উলাই আহিছে ৰৈ ৰৈ বিনালে চাবলৈ। ছবিগৃহৰ প্ৰৱেশৰ সময়তে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি দৰ্শকসকলে সোমাইছে চিনেমা চাবলৈ ।
একেদৰে ৰৈ ৰৈ বিনালে মোৰ নতুন চিনেমা চাবলৈ আহিবা,মৰমৰ জুবিন দা। তাৰেই ফলস্বৰূপে মঙলদৈৰ ড্ৰিম থিয়েটাৰ হলত ৰৈ ৰৈ বিনালে প্ৰথম দৰ্শনী আৰম্ভ হল ৭-১৫ বজাৰ পৰা। মুঠ ৬ ছয়টা দৰ্শনী প্ৰদৰ্শন কৰিব দৈনিক। নিশা শেষ দৰ্শনী হ’ব ৯-৩০ বজাত। ইতিমধ্যে ৬ নবেম্বৰলৈ টিকট বুকিং সম্পূৰ্ণ হৈছে। চিনেমা হলত সোমোৱাৰ আগতেই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে দৰ্শকক ৰাইজে।
তেজপুৰৰ চিনেমা হলত ৰৈ ৰৈ বিনালেৰ প্ৰথম দৰ্শনী আৰম্ভ হয় পুৱা পাঁচ বজাত।হৃদয়ৰ শিল্পী জুবিন গাৰ্গৰ শেষখন ছবি চাবলৈ ওলাই আহিল অসংখ্য দৰ্শক ৷ বেদনাহত অন্তৰৰে সকলোৱে চালে প্ৰিয় শিল্পীজনক৷ ছবিখন চোৱাৰ আগতে হিয়াৰ আমঠু গৰাকীলৈ সকলোৱে জনালে শ্ৰদ্ধাঞ্জলি।
আনহাতে ৰৈ ৰৈ বিনালে ‘ প্ৰথম দৰ্শনী চাই আৱেগিক হৈ পৰিল দৰ্শক, সকলোৰে চকুত চকুপানী ৷
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cinema HallLast MovieRoi Roi binaletoday releaseZubeen Garg
publisher

publisher

Related Posts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

May 10, 2026
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে স্বাস্থ্যবান মেছেকাৰ সংখ্যা
News

May 8, 2026
জলসংকটৰ আশংকা : আঠ ৰাজ্যৰ সবাতোকৈ শোচনীয় অৱস্থা অসমত

সৰুপথাৰৰ যুৱকে বনালে ম’বিলত জুলাব পৰা ষ্ট’ভ

May 7, 2026
বছৰ বছৰ ধৰি অবহেলিত ঘগ্ৰাপাৰৰ নিজ বড়িগোগ প্রাথমিক বিদ্যালয় সংলগ্ন পথ

মৰণফান্দত পৰিণত হৈছে হাজো-শিঙিমাৰী আমিনগাঁও পথ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d