Veteran artist Chowkat Ali Passes Away:
প্রথিতযশা চিত্ৰ শিল্পী চৌকত আলীৰ দেহাৱসান ৷ তেজপুৰৰ পৰোৱাস্থিত বাসগৃহত বার্ধক্য জনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ শিল্পী গৰাকীয়ে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১০৩ বছৰ।
ADVERTISEMENT
উল্লেখ্য যে অসমীয়াৰ আবেগ জড়িত হৈ থকা অসম ৰাজ্যিক পৰিবহণ নিগমৰ প্রতীক চিহ্ন গঁড় অংকন কৰিছিল বিশিষ্ট শিল্পী গৰাকীয়ে। চৌকত আলীৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰে তেজপুৰত।




































