Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

৫৮৮ পৰিয়ালক গোৱালপাৰাৰ দহিকটা বনাঞ্চলত উচ্ছেদ

publisher by publisher
November 10, 2025
in Assam, News
Reading Time: 1 min read
0
৫৮৮ পৰিয়ালক গোৱালপাৰাৰ দহিকটা বনাঞ্চলত উচ্ছেদ
0
SHARES
3
VIEWS
ShareShareShareShare

Eviction:✒️চৰকাৰী বা বন ভূমি বেদখল কৰি বেদখলীকৃত ভূমিত নিৰ্মাণ কৰা ঘৰ-দুৱাৰলৈ কোনে বিদ্যুৎ সংযোগ দিলে, বেদখলকাৰীক কোনে চৰকাৰী গৃহ দিলে তাৰ তদন্ত কৰি দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাকৈয়ে দেওবাৰে পুনৰ গোৱালপাৰা জিলাত চৰকাৰী বাহিনীয়ে উচ্ছেদ অভিযান চলায়।

ADVERTISEMENT

দেওবাৰে জিলাখনৰ দহিকটা বনাঞ্চলৰ ১,১৪৩ বিঘা ভূমিত বন বিভাগে প্রশাসনৰ সহযোগত উচ্ছেদ অভিযান চলাই ৫৮৮টা পৰিয়ালক উচ্ছেদ কৰে। ৰাজ্যত পুনৰ উচ্ছেদ চলিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰাৰ পাছত কালি পুৱা সাত বজাৰ পৰা ৪০ খন এক্সকেভেটৰৰ সহায়ত বন বিভাগে এই উচ্ছেদ অভিযান চলায়।

RelatedPosts

ডবকাত ১০৯৮ টা ঘৰ উচ্ছেদ, ১২টা মছজিদ গৃহও ভাঙিলে প্রশাসনে

ৰূপহীহাটৰ ভকতগাঁৱত ৩৮ বিঘা মাটি উদ্ধাৰ বেদখলকাৰীৰ পৰা

কে’বাশ বাসগৃহ-প্রকাণ্ড প্রকাণ্ড তামোলৰ বাগান চুৰমাৰ কৰি লুটুমাৰীত উচ্ছেদৰ সামৰণি

বেদখলীকৃত অঞ্চলটোক পাঁচটা খণ্ডত বিভক্ত কৰি বৃহৎ আৰক্ষীৰ দল, ব্লেক কমাণ্ডো তথা বন সুৰক্ষা বাহিনীৰ সহায়ত এই উচ্ছেদ অভিযান চলে। উচ্ছেদস্থলীত বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদৱো উপস্থিত থাকে। একাংশ বেদখলকাৰীৰ কান্দোনৰ মাজতে চলা এই উচ্ছেদ অভিযানৰ জৰিয়তে ১,১৪৩ বিঘা মাটি বেদখলকাৰীৰ কৱলৰ পৰা উদ্ধাৰ কৰা হয় বুলি বন বিভাগৰ মুখ্য সচিব যাদবে সদৰী কৰে।

অৱশ্যে বন বিভাগৰ উচ্ছেদকাৰী দলে ডুবাপাৰা বন উদ্যানৰ পূব দিশত অবস্থিত ভাটিয়াপাৰাৰ ৰাজহ গাঁৱতো উচ্ছেদ চলোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। একাংশ দল-সংগঠনৰ নেতা-কর্মী গাঁওখনত উপস্থিত হৈ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। তেতিয়া আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এআইইউডিএফৰ ৰাজ্যিক সাধাৰণ সম্পাদক আব্দুল হাই আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কার্যকৰী সভাপতি জাকিৰ হুছেইনক আটক কৰি পৰিস্থিতি নিয়ন্ত্রণ কৰে।

ইপিনে, উচ্ছেদ অভিযান সম্পর্কত গোৱালপাৰাৰ জিলা বন বিষয়া তেজছ মৰিস্বামীয়ে জানিবলৈ দিয়া মতে, ১,৬৮৫ হেক্টৰ মাটিকালিৰে আগুৰা দহিকটা সংৰক্ষিত বনাঞ্চলৰ ১,১৪৩ বিঘা মাটি বেদখলকাৰীৰ কৱলত পৰে। এই বেদখলীকৃত ভূমি উদ্ধাৰৰ উদ্দেশ্যে বন বিভাগে আজি উচ্ছেদ অভিযান চলায় বুলি বন বিষয়াজনে সদৰী কৰে।

মৰিস্বামীয়ে লগতে জনোৱা মতে, ইতিমধ্যে বনাঞ্চলৰ ভূমিত অবৈধভাবে বাস কৰা ছয় শতাধিক পৰিয়ালৰ প্রায় ৭০ শতাংশই স্বইচ্ছাই ঘৰ-দুৱাৰ ভাঙি আঁতৰি গৈছে। বাকী ৩০ শতাংশ গৃহত আজি বুলড’জাৰ চলে। উচ্ছেদৰ সময়ত ৫৮০ টা পৰিয়ালৰ বাসগৃহৰ লগতে চাৰিটা মছজিদো ভাঙি পেলোৱা হয়। ইয়াৰে এটা মছজিদ হৈছে সোণাপুৰ মছজিদ। তদুপৰি সোণাপুৰস্থিত ২০ খনতকৈ অধিক ব্যৱসায়িক প্রতিষ্ঠানো উচ্ছেদ কৰা হয়। উচ্ছেদ অভিযানে ডুবাপাৰা, ভাটিপাৰা, বেহাৰফুলি, দাৰোগাৰ আলগা আদি অঞ্চলক সামৰি লয়। অৱশ্যে সংৰক্ষিত বনাঞ্চলৰ ভিতৰত থকা পট্টাভূমিত বাস কৰা সকলক সাময়িকভাবে উচ্ছেদৰ পৰা ৰেহাই দিয়া হৈছে বুলি সূত্রই জনায়।

আমাৰ মাটিও হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কাঢ়ি ল’লে!

জনজাতীয় লোকৰ গৃহতো দেওবাৰে বন বিভাগৰ বুলড’জাৰ চলে। চৰকাৰী বাহিনীয়ে ঘৰ-দুৱাৰ ভাঙি পেলোৱা নিৰলা কোচ নামৰ এগৰাকী মহিলাই সংবাদ মাধ্যমৰ আগত কান্দি কান্দি কয়, ‘আমি জনজাতীয় মহিলা। আমাক ইমান হাৰাশাস্তি কৰিব নালাগিছিল। আমি দুখ পাইছো। আমি এতিয়া ক’লৈ যাম? ক’ত থাকিম? আমাৰ ক’তো থাকিবলৈ মাটি নাই। যিখিনি মাটি আছে সেইখিনি মাটিও হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কাঢ়ি ল’লে।’

একেদৰে আন একাংশ উচ্ছেদিতই কয়, ‘ইমানদিনে আমি বাস কৰি থকা এই ভূমি দহিকটা বনাঞ্চলৰ অন্তৰ্গত বুলি জনা নাছিলো। যদি ভূমি সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত আছিল, তেন্তে ৰাজহ বিভাগে কিয় পট্টা আবণ্টন দিলে। আমি উচ্ছেদৰ বিৰোধী নহয়; কিন্তু প্রকৃত ভূমিহীন পৰিয়ালসমূহক চৰকাৰে পুনৰ সংস্থাপন দিয়ক।’ সূত্রই জনোৱা মতে, এই উচ্ছেদিত লোকসকলে ২৫-৩০ বছৰ ধৰি বনভূমিত ঘৰ সাজি বাস কৰি আছিল। তেওঁলোকে চৰকাৰী গৃহ, বিদ্যুৎ সংযোগ, ৰেছন কার্ড আদি চৰকাৰী সা-সুবিধাও লাভ কৰে। আনকি একাংশই ভূমি আবণ্টনো পায়। ব্ৰহ্মপুত্ৰৰ খহনীয়াত মাটি-ভেটি হেৰুৱাই একাংশ লোকে দালালৰ পৰাও মাটি কিনি তাত বাস কৰিবলৈ লয় বুলি অভিযোগ উত্থাপন হৈছে। এনেদৰে বনাঞ্চলৰ ভূমিত বৃহৎ বৃহৎ গাঁও তথা বজাৰ গঢ়ি উঠে।

ইপিনে, দ্বিতীয় ইলোৰাখ্যাত শ্ৰীশ্ৰী সূর্য পাহাৰ দেৱালয় পীঠো উক্ত অঞ্চলৰ স’তে জড়িত হৈ আছে। ঐতিহাসিক পীঠখনৰ মুঠ ২,৫৫২ বিঘা ভূমিৰ ৮৮১ বিঘা ভূমি বেদখলকাৰীৰ কৱলত আছিল। দহিকটা বনাঞ্চলৰ ১,১৪০ বিঘা ভূমি সম্পূৰ্ণৰূপে উচ্ছেদ কৰাৰ ফলত শ্ৰীশ্ৰী সূর্য পাহাৰৰ ভূমিও বেদখলমুক্ত হোৱা বুলি চর্চিত হৈছে। উল্লেখ্য যে ৰাজ্য চৰকাৰৰ শেহতীয়া উচ্ছেদ অভিযানৰ সময়ত গোৱালপাৰা জিলাত প্রথমে হাচিলাবিল, তাৰ পাছতে পাইকান বনাঞ্চল আৰু আজি তৃতীয়বাৰ দহিকটা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলে। এই বনাঞ্চল বনৰীয়া হাতীৰ আশ্রয়স্থলৰূপে সর্বজনবিদিত। খাদ্যৰ সন্ধানত মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ জাকে এই বনাঞ্চলত আশ্রয় লয়। বেদখলকাৰীসকলে জধে-মধে ঘৰ সাজি বনাঞ্চলৰ ভূমিত বাস কৰিবলৈ লোৱাৰ ফলত বন্যহস্তীৰ আশ্রয়স্থল নোহোৱা হয়। ফলত দহিকটা, ৰাজাপাৰা, লালাবৰি, হাৰিমূৰা, নেপালীখুঁটি, মৰনৈ, মাটিয়া দহেলা, দোমনী আদি গাঁৱত বন্যহস্তীৰ জাকে উপদ্রৱ চলাবলৈ লয়। এই উচ্ছেদৰ ফলত বন্যহস্তীৰ জাকে পুনৰ আশ্রয়স্থল পাব বুলি একাংশই মন্তব্য কৰিছে।

চৰকাৰী ভূমি আবণ্টন পোৱা সকলকো উচ্ছেদ

উল্লেখ্য যে দহিকটা সংৰক্ষিত বনাঞ্চলত বাস কৰাসকলে উচ্ছেদৰ জাননী পোৱাৰ পাছত তেওঁলোকৰ একাংশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ন্যায়ালয়ে মাটিৰ পট্টা থকা আৰু মাটিৰ আবণ্টন পোৱাসকলক উচ্ছেদ নকৰিবলৈ ৰাজ্য চৰকাৰলৈ নিৰ্দেশ জাৰি কৰে। বন বিভাগে মাটিৰ পট্টা থকা সকলক উচ্ছেদ কৰাৰ পৰা বিৰত থাকে যদিও চৰকাৰী আবণ্টিত ভূমিত বাস কৰা সকলকো উচ্ছেদ কৰাৰ অভিযোগ উত্থাপন হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Eviction
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d