Fake Note Seized:
হাতীগাঁৱৰ সুৰভি পথত মহানগৰ আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই উৎখাত কৰে নকল টকা প্ৰস্তুত কৰা এটা ঘাটি। গ্ৰেপ্তাৰ কৰে নকল টকাৰ সৰবৰাহকাৰী এজন ব্যৱসায়ীক ৷ আটকাধীন লোকজনৰ নাম ছাবিউল ইছলাম ৷ঘৰ দক্ষিণ শালমাৰাত ৷ তেওঁৰ পৰা জব্দ কৰে ১ লাখ ৩৩ হাজাৰ নকল টকা ৷ একেদৰে
২৬৭খন নকল ৫০০ টকাও জব্দ কৰে ৷ ইতিমধ্যে অধিক তথ্যৰ বাবে ধৃত সৰবৰাহকাৰীজনক জেৰা অব্যাহত ৰাখিছে হাতীগাঁও আৰক্ষীয়ে ৷
ADVERTISEMENT




































