Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

নিতৌ মূল আহাৰৰূপে ভাত গ্ৰহণ কৰে নে? জানি লওক ইয়াৰ উপকাৰিতা আৰু অপকাৰিতা 

publisher by publisher
November 16, 2025
in Lifestyle
Reading Time: 1 min read
0
নিতৌ মূল আহাৰৰূপে ভাত গ্ৰহণ কৰে নে? জানি লওক ইয়াৰ উপকাৰিতা আৰু অপকাৰিতা 
1
SHARES
14
VIEWS
ShareShareShareShare

Rice:✒️দুবেলা দুসাঁজ বুলি ক’লে ভাতকে বুজোৱা হয়। ভাত বিশ্বজুৰি স্বীকৃত এক প্ৰচুৰ স্বাস্থ্যসম্মত খাদ্য। ভাতে শৰীৰক প্ৰচুৰ শক্তি যোগান ধৰাৰ লগতে ইয়াৰ স্বাস্থ্যসন্মত বহু গুণ আছে। মুগা, ৰঙা বা ক’লায়েই হওক চাউলে হৃদপিণ্ডৰ স্বাস্থ্য, খাদ্য হজম প্রক্রিয়া সুস্থ-সবল কৰাৰ লগতে মধুমেহৰ আশংকাও হ্রাস কৰে।

ADVERTISEMENT

পৰিমিতভাবে দুবেলা দুসাঁজ গ্রহণ কৰিলে আছেনিকৰ আশংকাও হ্রাস পায়।বিশেষজ্ঞসকলৰ মতে ভাত কেৱল এবিধ মূল আহাৰেই নহওক, ই এক সাংস্কৃতিক কষতিশিল হোৱাৰ লগতে বিশ্বৰ অর্ধেক লোকৰ বাবে এক পৰিপুষ্টিজনিত শক্তিৰ ভঁৰাল।

RelatedPosts

ভাত খাবলৈ আতংকিত নহৈ নিয়ন্ত্ৰণহে কৰক

বডিলোচন কিনাৰ সময়ত এই তিনিটা কথা মনত ৰাখিব 

ওজন কমোৱাৰ বাবে মহৌষধিস্বৰূপ পাঁচবিধ ফল

ভাৰতত পোৱা সুগন্ধি বাচমতি চাউলৰ পৰা জাপানত পোৱা আঠালেটিয়া চাউললৈ, মুঠতে পৃথিৱীৰ অধিকাংশ মহাদেশতে ভাত মূল খাদ্যত পৰিণত হৈছে।

কিন্তু আপুনি জানেনে দুবেলা দুসাঁজে আপোনাৰ স্বাস্থ্যৰ প্ৰতি কি অৱদান আগবঢ়ায়? ভাতে স্বাস্থ্য সুস্থ সবল কৰেনে? বাই এক সুপ্ত বিপদ? এই প্রশ্নৰ উত্তৰ নিৰ্ভৰ কৰিছে আপুনি কি চাউলৰ ভাত নিয়মিতভাবে গ্রহণ কৰে।

বিশেষজ্ঞসকলৰ মতে বগা চাউলৰ ভাতে মধুমেহজনিত ৰোগ সৃষ্টিৰ আশংকা বৃদ্ধি কৰে। ইয়াৰ বিপৰীতে মুগা, ৰঙা আৰু ক’লা চাউলে স্বাস্থ্যৰ প্ৰচুৰ উন্নতিসাধন কৰে। গতিকে ভাতৰ উপকাৰিতা আৰু উপকাৰিতা সম্পর্কে কেতবোৰ মতামত আগবঢ়াইছে বিশেষজ্ঞসকলে।

ভাতে শৰীৰ শক্তিৰে পূৰ্ণ কৰে:চাউলৰ মূল উপাদান হ’ল কার্ব’হাইড্রেট। কার্বহাইড্রেট হ’ল শৰীৰৰ মূল শক্তিৰ উৎস। অর্থাৎ ভাতে শক্তিৰ ইন্ধনৰ কাম কৰে। বিশেষকৈ যিসকলে গোটেই দিন সক্ৰিয়তাৰে বা শাৰীৰিক-মানসিক পৰিশ্ৰম কৰি সময় অতিবাহিত কৰে সেইসকলৰ বাবে ভাত হৈছে সর্বোৎকৃষ্ট ইন্ধন। মগজুৱেও ভাতৰ ওপৰত গ্লু’কজৰ ওপৰত ঘাইকৈ নিৰ্ভৰ কৰে। বিশেষজ্ঞসকলৰ মতে মুগা ৰঙৰ চাউলে শৰীৰক অধিক শক্তি যোগান ধৰে। এনে চাউলৰ ভাত সোনকালে হজম হয়। কিন্তু এই চাউলে তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি কৰে।

মুগা চাউলে হৃদযন্ত্র সবল কৰে:বিশেষজ্ঞসকলৰ মতে মুগা চাউলৰ ভাত নিতৌ খালে হৃদজনিত স্বাস্থ্য সুস্থ সবল হয়। ইয়াৰ সমান্তৰালভাৱে এনে চাউলৰ ভাতে ৰক্তচাপ হ্রাস কৰে। তদুপৰি হার্টএটেক আৰু ষ্ট্ৰ’কৰ আশংকাও এনে চাউলৰ ভাতে হ্রাস কৰে। মুগা চাউলত প্ৰচুৰ পৰিমাণে মেগনেছিয়ামো পোৱা যায়। মেগনেছিয়ামে হৃদযন্ত্ৰৰ ধ্বনি আৰু ৰক্তবাহিকাৰ কাৰ্য সম্পাদনত সহায় কৰে।

মধুমেহ-২ৰ আশংকা হ্রাস কৰে: হার্ভার্ড বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ মতে মুগা ৰঙৰ চাউলৰ ভাত খোৱাৰ অভ্যাস গঢ়ি তুলিলে মধুমেহ-২ৰ আশংকা ১৬ শতাংশ পর্যন্ত হাস পায়। ইয়াৰ বিপৰীতে নিতৌ বগা চাউলৰ ভাত খালে মধুমেহৰ আশংকা ১৭শতাংশ বৃদ্ধি পায়।

মুগা চাউলে হজমী শক্তি বৃদ্ধি কৰে: মুগা চাউলত অদ্রবণীয় আঁহ পোৱা যায়। এই আঁহে হজমী শক্তি বৃদ্ধি কৰে। তদুপৰি এই চাউলে কোষ্ঠকাঠিন্য প্ৰতিৰোধ কৰে আৰু অন্ত্ৰৰ স্বাস্থ্য সবল কৰে। বিশেষজ্ঞসকলৰ মতে ৰংযুক্ত চাউলত প্ৰচুৰ এন্টিঅক্সিডেন্টো পোৱা যায়। এনে চাউলত পোৱা অক্সিডেণ্টৰ পৰিমাণ বগা বা মুগা চাউলতকৈ অধিক হয়। এই অক্সিডেন্টে শৰীৰৰ প্রদাহ হ্রাস কৰে। পৰীক্ষাগাৰৰ গৱেষণাত উদ্ধাৰ হোৱা তথ্য অনুসৰি ৰংযুক্ত চাউলত কর্কট প্রতিৰোধী উপাদানো থাকে। এনে উপাদানে স্তনৰ কৰ্কট আৰু ৰক্ত কৰ্কটৰ বিৰুদ্ধে যুঁজ কৰে।

ভাতৰ স’তে কি কি খাব লাগে?

মুগা চাউলত আছেনিকৰ পৰিমাণ অধিক থাকে বুলি কোৱা হয়। ইয়াৰ মুগা ৰঙৰ আৱৰণি পুষ্টিদায়ক হ’লেও এই চাউলে শৰীৰত আছেনিক মজুত কৰিব পাৰে। গতিকে চাউল সলনাসলনিকৈ খোৱাৰ অভ্যাস গঢ়ি তোলাৰ পৰামৰ্শ আগবঢ়াইছে বিশেষজ্ঞসকলে। বিশেষজ্ঞসকলৰ মতে সলনাসলনিকৈ বিভিন্ন ধৰণৰ চাউলৰ ভাত খালে শৰীৰত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্রণত থাকে।

একেদৰে স্বাস্থ্যৰ হানিকাৰক উপাদান শৰীৰত জমা হোৱাটো প্ৰতিৰোধ কৰে এনে অভ্যাসে। এই ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে ভাতৰ স’তে প্ৰচুৰ পৰিমাণে সেউজীয়া শাক-পাচলি গ্ৰহণ কৰিব লাগে। বিশেষকৈ গাজৰ, মটৰ, ব্রকলি আদি খাব লাগে। একেদৰে জলফাই তেল গ্ৰহণ কৰিব লাগে।

অনুৰূপ ধৰণে ডাল কচু, মুৰ্গিৰ মাংস, মাছ, মচুৰ দাইল আদি নিয়মিতভাৱে খোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে। তদুপৰি কম ছডিয়ামযুক্ত আহাৰ, নাৰিকল আদি খাব লাগে। গাজৰৰ হালোৱাও স্বাস্থ্যৰ বাবে উপকাৰী। আমেৰিকান কেমিকেল ছ’চাইটিৰ মতে ভাত ৰন্ধাৰ সময়ত চাউল পাত্ৰত ঢলাৰ পূৰ্বে পাত্রটোত চাহ চামুচৰে এচামুচ নাৰিকল দিব লাগে।

তাৰ পাছতে পাত্রটো ১২ ঘণ্টাৰ বাবে ফ্ৰিজত ৰাখিব লাগে। এই প্রক্রিয়াই ভাতত শ্বেতসাৰৰ পৰিমাণ বৃদ্ধি কৰে। ই স্বাস্থ্যৰ বাবে উপকাৰী। বিশেষজ্ঞসকলে কয় যে সদায়ে উচ্চ আঁহ আৰু উচ্চ প্র’টিনযুক্ত খাদ্য খাব লাগে। এনে খাদ্যই শৰীৰত আঁহ,এন্টিঅক্সিডেন্ট আৰু মেগনেছিয়াম আৰু মেংগানিজৰ দৰে প্ৰয়োজনীয় খনিজ দ্ৰব্যৰ পৰিমাণ বৃদ্ধি কৰে। মুগা ৰঙৰ চাউলৰ ভাতে হৃদপিণ্ডৰ স্বাস্থ্য উন্নত কৰাৰ লগতে তেজত চেনিৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Benefitshealthy eatingRice
publisher

publisher

Related Posts

আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ
Lifestyle

March 9, 2026
এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ
Lifestyle

এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

March 9, 2026
সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে
Lifestyle

সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

March 7, 2026
কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই
Lifestyle

কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

March 5, 2026
ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?
Lifestyle

ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

February 28, 2026
গাখীৰৰ লগত ফল খালে কি হয়?
Lifestyle

গাখীৰৰ লগত ফল খালে কি হয়?

February 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d