Dr. Sangita Dutta Bail:ডাঃ সংগীতা দত্তৰ জামিন মঞ্জুৰ উচ্চ ন্যায়ালয়ৰ

স্বামী ডাঃ ৱালিউল ৰহমানে কেইদিন পূর্বে লাভ কৰিছিল জামিন, তোলনীয়া সন্তানক নির্যাতন চলাই হৈছিল গ্ৰেপ্তাৰ হৈছিল চিকিৎসক দম্পতীহাল

sd

Dr. Sangita Dutta Bail:

তোলনীয়া সন্তানক নির্যাতন চলাই হৈছিল দুবছৰ ধৰি গুৱাহাটী কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা ডাঃ সংগীতা দত্তই আজি লাভ কৰে জামিন ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন ৷

উল্লেখ্য যে ইয়াৰ পূর্বে একেই দোষতে ডাঃ ৱালিউল ৰহমানে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা লাভ কৰিছিল জামিন। ৫০ হাজাৰ টকাকৈ দুজন জামিনদাৰৰ জৰিয়তে ডাঃ ৱালিউলে লাভ কৰে জামিন ৷

Exit mobile version