Tinsukia:
তিনিচুকীয়াত জিএছটিৰ অভিযান। চহৰখনৰ ডিটিএছ এন্টাৰপ্ৰাইজ আৰু সবুজ পলৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত গুৱাহাটীৰ পৰা আঠজনীয়া জিএছটিয়ে অভিযান চলাই ৷
ADVERTISEMENT
উল্লেখ্য যে প্ৰতিষ্ঠান দুখনে প্রায় ২৫ কোটি টকাৰ কৰফাঁকিৰ তথ্য লাভ কৰাৰ পিছতে অৰ্তকিতে জিএছটিয়ে তালাচি চলাই জব্দ কৰে কেতবোৰ আপত্তিজনক নথিপত্ৰ কৰে ৷




































