Nagaon :নগাঁৱৰ ৰূপহীহাটৰ গ্রেজিং ৰিজাৰ্ভ দখলকাৰীলৈ উচ্ছেদৰ জাননী

১৫ দিনৰ ভিতৰত গ্রেজিং ৰিজাৰ্ভ ত্যাগ কৰাৰ নিৰ্দেশ প্ৰশাসনৰ

ff

Nagaon :

অবৈধ বেদখলকাৰীয়ে বিৰুদ্ধে ৰাজ্য চৰকাৰে ৰাজ্যজুৰি অব্যাহত ৰাখিছে উচ্ছেদ অভিযান ৷ইয়াৰ মাজতে নগাঁও জিলাৰ ৰূপহীহাটৰ ভকতগাঁৱত প্ৰশাসনৰ উচ্ছেদৰ জাননী। উল্লেখ্য যে গড়াজান উন্নয়ন খণ্ডৰ নামত বন বিভাগৰ দ্বাৰা আৱন্টিত ভূমিত বেদখলকাৰীয়ে গঢ়ি তুলিছিল গাঁও।

ভকতগাঁৱৰ ১২ নম্বৰ দাগৰ ৩৮ বিঘা ভূমিৰ পৰা ১৫ দিনৰ ভিতৰত বেদখলকাৰীক আঁতৰি যাবলৈ জাননী জাৰি কৰিছে প্ৰশাসনে ৷ অন্যাৰ্থাই প্ৰশাসনৰ বুলড’জাৰে ভাঙিব বেদখলকাৰীৰ বাসগৃহ ৷ ইতিমধ্যে এই জাননী লাভ কৰাৰ পিছতে একাংশ ঘৰ ভাঙি আঁতৰি গৈছে

Exit mobile version