Chaygaon:কামৰূপৰ গৰৈমাৰীত আৰক্ষীৰ অভিযানত ডেম্পত উদ্ধাৰ কাঁহৰ সামগ্ৰী, বৈদ্যুতিক কামত ব্যৱহৃত সামগ্রী

demp

Chaygaon:

কামৰূপ জিলাৰ গৰৈমাৰীত এটা ডেম্পত আৰক্ষীৰ অভিযান ৷ ফাইজুৰ ৰহমান নামৰ এজন লোকৰ ডেম্পত জব্দ কৰা হয় প্ৰায় ৩০ লক্ষাধিক টকাৰ কাঁহৰ সামগ্ৰীৰ লগতে বৈদ্যুতিক কামত ব্যৱহৃত কেতবোৰ তামৰ তাঁৰ জাতীয় সামগ্রী। ইতিমধ্যে জব্দকৃত সামগ্ৰী সমূহ লৈ অনা হয় ছয়গাঁও থানালৈ ৷

আৰক্ষীৰ সন্দেহ বিভিন্ন সময়ত চোৰে চুৰ কৰি অনা এই সামগ্ৰী সমূহ বিক্ৰী কৰে ফাইজুৰ ৰহমানৰ ডেম্পত ৷আৰক্ষীয়ে সোধপোছৰ বাবে থানালৈ তলব কৰিছে ফাইজুৰ ৰহমানক

Exit mobile version