Rhino poacher arrested:বিশ্বনাথ আৰক্ষীৰ অভিযানত গহপুৰৰ ডাঠকলাত গ্ৰেপ্তাৰ ৫ কুখ্যাত গঁড় চিকাৰী

prochar

Rhino poacher arrested:

বিশ্বনাথ আৰক্ষীৰ জালত ৫ কুখ্যাত গঁড় চিকাৰী ৷ গোপন সূত্ৰৰ পমখেদি বিশ্বনাথ আৰক্ষীৰ এটা দলে গহপুৰৰ ডাঠকলাত অৰ্তকিতে অভিযান পাঁচজন কুখ্যাত গঁড় চিকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত গড় চিকাৰী কেইজন হ’ল বিনন্দ তায়েং, ৰূপেশ্বৰ দলে,তামাৰ গায়নো, কোষেশ্বৰ দলে আৰু উৎপল পেগু ৷

আৰক্ষীয়ে আটকাধীন গঁড় চিকাৰী কেইজনৰ পৰা এখন বিলাসী বাহনৰ লগতে নম্বৰ প্লেটবিহীন বাইক জব্দ কৰে ৷

Exit mobile version