Akhil Gogoi suspended:
অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি চতুৰ্থটো দিন। প্রশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ হয় সদনৰ চতুৰ্থ দিনৰ কাম-কাজ। আজি কে’বা খনো বিধেয়ক উদ্থাপনৰ সম্ভাৱনা আছে ৷
ADVERTISEMENT
আনহাতে আজি পুনৰ সদনৰ পৰা নিলম্বন কৰা হয় শিৱসাগৰৰ বিধায়ক অখিল গগৈক ।সদনৰ প্রশ্নোত্তৰ কালৰ পৰা নিলম্বন কৰা হয় বিধায়ক গৰাকীক ৷
উল্লেখ্য যে বিধায়ক গগৈৰ ইয়াৰ পূৰ্বেও নিলম্বন কৰা হৈছিল সদনৰ পৰা




































