Fire in basistha Chariali:মহানগৰীৰ বশিষ্ঠ চাৰিআলিত পুৱাই সংঘটিত বিধ্বংসী অগ্নিকাণ্ড

জুইত জাঁহ গ'ল শর্মা কচমেটিক নামৰ বিপনীখন

fire 4

Fire in basistha Chariali:

মহানগৰীৰ বশিষ্ঠ চাৰিআলিত পুৱাই সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড ৷ শর্মা কচমেটিক নামৰ বিপনীখনৰ পৰা সূত্ৰপাত হোৱা জুয়ে মুহূৰ্ততে আগুৰি ধৰে বিপনী খন ৷

আনহাতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হোৱা অগ্নি নির্বাপক বাহিনীয়ী অতি তৎপৰতাত জুই নির্বাপিত কৰে যদিও বিপনীখনৰ প্রায় ২০ লক্ষাধিক টকাৰ সা-সামগ্ৰী ভস্মীভূত হয়। শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ আৰক্ষীৰ I

Exit mobile version