Congress MLAs:
অসম বিধানসভাৰ পাঁচদিনীয়া শীতকালীন অধিৱেশনৰ আজি অন্তিমটো দিন ৷ সদনৰ কামকাজ প্ৰশ্নোত্তৰ ঘন্টাৰে আৰম্ভ হোৱাৰ সময়ত কংগ্ৰেছ বিধায়ককে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰত সংঘটিত কেতবোৰ কেলেংকাৰিক লৈ আলোচনাৰ বাবে অনুমতি বিচাৰিছিল অধ্যক্ষৰ পৰা ৷ কিন্ত এইক্ষেত্ৰত অধ্যক্ষই কোনো অনুমতি নিদিয়াত ক্ষুব্ধ হৈ সাময়িকভাৱে সদন ত্যাগ কংগ্ৰেছ বিধায়ক সকলে ৷
ADVERTISEMENT




































