Congress MLAs:কংগ্ৰেছ বিধায়কৰ সদন ত্যাগ

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ কেলেংকাৰিক লৈ আলোচনা বিচাৰিছিল কংগ্ৰেছ বিধায়কে, অধ্যক্ষই অনুমতি নিদিয়াৰ বাবে সাময়িকভাৱে সদন ত্যাগ কংগ্ৰেছৰ

new aaseb

Congress MLAs:

অসম বিধানসভাৰ পাঁচদিনীয়া শীতকালীন অধিৱেশনৰ আজি অন্তিমটো দিন ৷ সদনৰ কামকাজ প্ৰশ্নোত্তৰ ঘন্টাৰে আৰম্ভ হোৱাৰ সময়ত কংগ্ৰেছ বিধায়ককে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰত সংঘটিত কেতবোৰ কেলেংকাৰিক লৈ আলোচনাৰ বাবে অনুমতি বিচাৰিছিল অধ্যক্ষৰ পৰা ৷ কিন্ত এইক্ষেত্ৰত অধ্যক্ষই কোনো অনুমতি নিদিয়াত ক্ষুব্ধ হৈ সাময়িকভাৱে সদন ত্যাগ কংগ্ৰেছ বিধায়ক সকলে ৷

Exit mobile version