kokrajhar:
আজিৰে পৰা দুদিয়াকৈ আৰম্ভ হ’ল বিটিচি পৰিষদীয় চৰকাৰৰ শীতকালীন অধিৱেশন। এই অধিৱেশনৰ মাজতে বিজেপিৰ দুই এমচিএলএক দিয়া হ’ব কাৰ্যবাহী সদস্য ৷ একেদৰে বিটিচি পৰিষদীয় সদনৰ উপাধ্যক্ষ পদ দিয়া হ’ব বিজেপিৰ এগৰাকী এমচিএলএক ৷ এই পদৰ বাবে নাম উচ্চাৰিত হৈ প্ৰাক্তন মন্ত্ৰী ৰেখাৰাণী দাস বড়োৰ নাম ৷
ADVERTISEMENT
উল্লেখ্য যে ৫ ডিচেম্বৰৰত বিপিএফৰ উদ্যোগত বৰমাত এক বিশাল ৰেলীৰ আয়োজন কৰিছে বিপিএফে ৷ ৰেলীত অংশ ল’ব বিপিএফ মুৰব্বী হাগ্ৰামা মহিলাৰী সহ কে’বা গৰাকী শীৰ্ষ বিজেপিৰ নেতাই ৷




































