Guwahati:মহানগৰীৰ চচলত দ্বিতীয় দিনাও অব্যাহত ১০৮ মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীৰ প্ৰতিবাদ

strike

Guwahati:

বিভিন্ন দাবীত সোমবাৰৰ পৰা অব্যাহত ৰখা ১০৮ মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীৰ অনির্দিষ্টকালীন কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘটে আজি ভৰি দিলে দ্বিতীয় দিনত ৷ আজিও মহানগৰীৰ চচলত ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই তেওঁলোকৰ দাবী পূৰণ নকৰালৈকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ দিয়ে। উল্লেখ্য যে ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ ধাৰাবাহিক আন্দোলনৰ ফলত অচল হৈ পৰিছে ১০৮ মৃত্যুঞ্জয় সেৱা।

Exit mobile version