Kharupetia Firing:
দৰং জিলাৰ খাৰুপেটীয়াত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা ৷ দুই বন্ধু মাজত লগা কাজিয়াই ল’লে ভয়ংকৰ ৰূপ ৷ এজন বন্ধুয়ে আনজন বন্ধুলৈ লক্ষ্য কৰি কৰে গুলীবৰ্ষণ ৷ ফলত গুলীচালনাত বুকুত গুলী লাগি চিকিৎসাধীন হয় মুন্না সাহা নামৰ যুৱকজন ৷
আনহাতে পিষ্টল, সক্ৰিয় গুলীসহ অনন্ত বিশ্বাস নামৰ যুৱকজনক আটক কৰে খাৰুপেটীয়া আৰক্ষীয়ে ৷
