Zubeen Garg:ভোটাৰ তালিকাৰ পৰা জুবিন গাৰ্গৰ নাম কৰ্তন নকৰিলে বিএল অ’ই

নাম কৰ্তনৰ বিপৰীতে বিষয়া মহম্মদ তফিজ উদ্দিনে লিখি দিলে 'চিৰদিন অমৰ হৈ থাকক,আত্মাই চিৰশান্তি লাভ কৰক

zubun

Zubeen Garg:

অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি মৰম প্ৰতিজন অনুৰাগীৰ আজিও সজীৱ হৈছে ৷ কৰ্তব্যৰত ভোটাৰ তালিকা জৰীপ কৰা বিষয়াই জুবিনৰ প্ৰতি প্ৰদৰ্শন কৰিলে সন্মান ৷ন্যায় নোপোৱালৈকে ভোটাৰ তালিকাত নাম থাকিব জুবিনৰ। জৰীপ কৰিবলৈ গৈ জুবিনৰ নাম কৰ্তনৰ বিপৰীতে বিএল অ’ বিষয়া মহম্মদ তফিজ উদ্দিনে লিখি দিলে ‘চিৰদিন অমৰ হৈ থাকক,আত্মাই চিৰশান্তি লাভ কৰক ৷

Exit mobile version