Guwahati:মহানগৰীৰ উলুবাৰী উৰণ সেতুত অঘটন

পথ নিৰ্মাণত জড়িত বাহনে মহতিয়াই নিলে উৰণ সেতুৰ ৰেলিঙ

ulubari

Guwahati:

মহানগৰীৰ সদাব্যস্ত উলুবাৰী উৰণ সেতুত পুৱাতে সংঘটিত হয় এক দুৰ্ঘটনা ৷ পথ নিৰ্মাণৰ কামত জড়িত থকা এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই উৰণ সেতুৰ ৰেলিং মহটিয়াই নিয়ে ফলত সেতু খনৰ এটা অংশ বিধ্বস্ত হয় ৷

আনহাতে এই দুৰ্ঘটনাৰ পিছতে তীব্ৰ যানজঁটৰ সৃষ্টি হয় জিএছ ৰোডৰ উলুবাৰী উৰণ সেতুৰ দুয়োফালে ৷ অৱশ্যে যানবাহন আৰক্ষীয়ে অতি তৎপৰতাৰ অন্তত পথছোৱাৰ পুনৰ যাতায়াতৰ বাবে মুকলি হয় ৷

Exit mobile version