Guwahati Fire:
মহানগৰীৰ এবিচিৰ ছয়মহলীয়া সুহম এম্প্ৰৰিয়াত নিশা বিধ্বংসী অগ্নিকাণ্ড ৷ নিশা ১২ বজাত সুত্ৰপাত হোৱা জুইৰ লেলিহান শিখাই মুহূৰ্ততে ছানি ধৰে ছয়টাকৈ মহলাত ৷
ADVERTISEMENT
উল্লেখ্য যে অট্টালিকাটোৰ দ্বিতীয় মহলাত আছে ভাৰতীয় ষ্টেট বেংকৰ কেইবাটাও শাখা ৷ সন্দেহ কৰা মতে এছবিআইৰ কোটি-কোটি টকা জ্বলি ছাই হোৱাৰ আশংকা কৰা হৈছে ৷
আনহাতে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা বৰ্তমানলৈকে প্ৰায় ১২ৰ পৰা ১৫ খনকৈ অগ্নি নির্বাপক বাহিনীৰ জুই নির্বাপনৰ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷




































