Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Brahmaputra :বর্তমানো সন্ধানহীন ব্রহ্মপুত্ৰৰ বুকুত নিখোজ হোৱা পাঁচজন লোক

পুৱাৰে পৰা পুনৰ ব্ৰহ্মপুত্ৰত অভিযান SRDF-NDRFৰ

publisher by publisher
December 11, 2025
in Assam
Reading Time: 1 min read
0
Brahmaputra :বর্তমানো সন্ধানহীন ব্রহ্মপুত্ৰৰ বুকুত নিখোজ হোৱা পাঁচজন লোক
1
SHARES
5
VIEWS
ShareShareShareShare

Brahmaputra :

বুধবাৰে খাৰখুলিত ব্ৰহ্মপুত্ৰত ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হোৱা ইস্কনৰ পাঁচ ভক্তৰ সন্ধানত পুনৰ আজি পুৱাৰে পৰা অভিযান আৰম্ভ কৰিছে SRDF-NDRF -এ। খাৰঘুলিৰ ভক্তি কুটীৰ মন্দিৰলৈ গৈছিল লোককেইজন ৷ পূজা-অৰ্চনাৰ পূৰ্বে গা ধুবলৈ ব্রহ্মপুত্রত নামিছিল মুঠ নজন ভক্ত ৷ কিন্ত পাঁচজন ব্ৰহ্মপুত্ৰৰ বুকত নিখোজ হোৱাৰ বিপৰীতে চাৰিজনক স্থানীয় লোকে পানীত ককবকাই থকা অৱস্থাত উদ্ধাৰ কৰি ততাতৈয়াকৈ ভৰ্তি কৰে চিকিৎসালয়ত ৷ বৰ্তমান আটাইয়ে সংকটমুক্ত বুলি জানিব পৰা গৈছে। নিৰুদ্দেশ হৈ থকাসকল হৈছে ক্রমে বিশ্বনাথ চাৰিআলিৰ হৰেকৃষ্ণ মিছনৰ উপেশ কুমাৰ (৪০), এনচিআৰৰ গুৰগ্ৰামৰ সাগৰ গৌতম (২৮), বঙাইগাঁৱৰ ৰৌনক চাদ্দাক (১৭), বিশ্বনাথ চাৰিআলিৰ প্ৰতাপ (২৮) আৰু গুৱাহাটীৰ উজানবজাৰৰ অভিজিৎ বুলি আৰক্ষীয়ে প্রাথমিক অনুসন্ধানৰ ভিত্তিত চিনাক্ত কৰিছে।

ADVERTISEMENT

brah 2আনহাতে, প্রাণ ৰক্ষা পৰা সকল হৈছে ক্রমে প্রণৱ নায়াৰ, জেকৱ, কেশৱ বার্মা আৰু এজন স্থানীয় লোক। উল্লেখ্য যে এই নজনীয়া দলটোৰ মাজত অষ্ট্ৰেলিয়াৰ নাগৰিকত্ব থকা দুজন ভাৰতীয় মূলৰ লোক, এজন আমেৰিকান আৰু এজন দিল্লীব লোক আছিল। তেওঁলোক ইস্কন মন্দিৰৰ ভক্ত।

RelatedPosts

Gogamukh:গোগামুখত NDRF জোৱানৰ তাণ্ডৱ

Barpeta Incident:আজিও সন্ধানহীন ব্রহ্মপুত্ৰত নাও ডুবি নিখোঁজ হোৱা ৭ যাত্রী

গংগা-ব্ৰহ্মপুত্ৰকে ধৰি দেশৰ ব-দ্বীপসমূহৰ অর্ধেক ভূমি ডুব গৈছে

ইফালে, প্রাথমিক অনুসন্ধানত আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি তথা প্রাণক্ষা পৰা ভক্তকেইজনে আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তি অনুসৰি, দিনৰ ভাগত ১০ জনীয়া ভক্তৰ এটা দল খাৰঘূলিৰ জয়পুৰ ঘাটৰ সমীপত থকা ভক্তিকূটিৰত উপস্থিত হয়। ইয়াৰে নজনে গা ধুবলৈ বুলি ব্রহ্মপুত্রত নামিছিল। ইজনে-সিজনৰ হাতত ধৰ-ধৰিকৈ দুটা গোটত ভাগ হৈ তেওঁলোকে পানীত নামে। ইয়াৰে ছজনীয়া ভক্তন দলটোৱে ব্ৰহ্মপুত্ৰৰ কিছু দূৰলৈ আগুৱাই গৈ থাকোতে হঠাৎ পানীব কোবাল সোঁতে তেওঁলোকক উটুৱাই লৈ যায়।

অৱশ্যে গোটটোৰ শেষত থকা প্ৰণৱে সাঁতুৰি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। আনহাতে, আন তিনিজনেও সাঁতুৰি পাৰত উপস্থিত হোৱাৰ পাচতে চিঞৰিবলৈ ধৰে আৰু স্থানীয় লোকে ঘটনা প্রত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। হয়ৰ কিছু সময়ৰ পাছতে ঘটনাস্থলীত আৰক্ষী আৰু এনডিআৰএফৰ দল উপস্থিত হয়; কিন্তু প্রত্যক্ষদর্শীৰ অভাৱত বহু পলমকৈছে তেওঁলোকে অভিযান চলায়। শেষত সন্ধিয়া হোয়াত কালি অভিযান বন্ধ কৰিবলগীয়া হয় আৰু নিৰুদ্দেশ হৈ থকা পাঁচজন লোকক উদ্ধাৰৰ বাবে বৃহস্পতিবাৰে পুৱাৰে পৰা পুনৰ অভিযান আৰম্ভ কৰে এনডিআৰএফে।

আনহাতে, কথমপি প্ৰাণৰক্ষা পৰা বৃন্দাবনৰ পৰা অহা অস্ট্রেলয়াৰ নাগৰিক প্ৰণৰ নায়ানে সংবাদ মাধ্যমৰ আগত কয়, ‘আমি নজন লোক আছিলো। পানীত নামিছিলো গা ধুবলৈ। পাঁচজন অলপ আগবাঢ়ি গৈছিল আৰু তেওঁলোক উভতি আহিব নোৱাৰিলে। চাৰিজনে সাঁতুৰি প্রাণ ৰক্ষা কৰিলে।’ তেওঁ লগতে কয়, ‘মই বৃন্দাবনৰ পৰা আহিছিলো। দিল্লী আৰু আমেৰিকাৰ লোকো আছিল। নিৰুদ্দেশ হৈ থকাসকলৰ ভিতৰত চাৰিজন স্থানীয় আৰু এজন দিল্লীৰ।’ একেদৰে অভিযানকাৰী এনডিআৰএফৰ এজন শীর্ষ বিষয়াই সংবাদ মাধ্যমৰ আগত কয় যে তেওঁলোক আটাইকেইজন ইস্কন মন্দিৰৰ ভক্ত আছিল। ইয়াৰে এজন আমেৰিকান, দুজনৰ ভাৰতীয় মূলৰ অস্ট্রেলিয়াৰ নাগৰিক আৰু এজন দিল্লীৰ। বাকীসকল অসমৰ আছিল। ইয়াৰে চাৰিজন বর্তমান সুস্থ আৰু বাকী নিৰুদ্দেশ হৈ থকা পাঁচজনৰ সন্ধানত অভিযান অব্যাহত আছে।

আনহাতে, বিষয়াজনে অভিযোগ কৰে যে যেতিয়া তেওঁলোক ঘটনাস্থলীত উপস্থিত হৈছিল, তেতিয়া সেই স্থানত কাকো লগ পোৱা নাছিল। বহু পলমকৈ সেই স্থানত আৰক্ষী উপস্থিত হৈছিল। ফলত বহু পলমকৈ অভিযান আৰম্ভ কৰিবলগীয়া হৈছিল। উল্লেখ্য যে ঘটনাস্থলীৰ পৰা তথা ব্রহ্মপুত্রৰ পাৰৰ পৰা আৰক্ষীয়ে নিৰুদ্দেশ হৈ থকা লোককেইজনৰ কাপোৰকে ধৰি বিভিন্ন নথিপত্র উদ্ধাৰ কৰিছে।

আনহাতে ঘটনাৰ সন্দৰ্ভত স্থানীয় লোকে সদৰী কৰা অনুসৰি, মুঠ নজন লোক ব্রহ্মপুত্ৰত নামছিল আৰু ইয়াৰে তিনিজন আন দিশে সাঁতুৰি গৈছিল। আনজনে সাঁতুৰি থকা অবস্থাত ব্রহ্মপুত্রত ডুব যায়। এজন স্থানীয় লোকে এই ঘটনা প্রত্যক্ষ কৰি এজনক জীৱস্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও আন পাঁচজনক উটুৱাই লৈ যায় আৰু সন্ধানহীন হৈ পৰে। ইয়াৰ পাছতে লোককেইজনৰ বন্ধুৱে আৰক্ষীক অৱগত কৰে আৰু ঘটনাস্থলীত এছডিআৰএফ, এনডিআৰএফ আৰু আৰক্ষী উপস্থিত হৈ ব্রহ্মপুত্রত অভিযান অব্যাহত ৰাখিছে যদিও লোককেইজনৰ সন্ধান লাভ কৰা নাই।

আনহাতে, বিশ্বনাথ চাৰিআলিৰ এজন লোক থকা বুলি অৱগত হোৱাত পৰিয়ালৰ মাজত এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 5 person missingBrahmaputraKharghuliNDRFsdrf rescue operation
publisher

publisher

Related Posts

কাৰ্বি আংলঙৰ ৪৪২ হেক্টৰ বনভূমি ধ্বংস কৰি জলবিদ্যুৎ প্রকল্প স্থাপনৰ প্ৰস্তুতি
News

March 9, 2026
আগন্তুক পাঁচ বছৰত অসমক সমস্যামুক্ত ৰাজ্যৰূপে গঢ়াৰ সংকল্প
Assam

March 8, 2026
চলিত বিত্তীয় বর্ষত ধার্য লক্ষ্যৰ ৫০ শতাংশ পথো নির্মাণ নহ’ল অসমত 

এজন ব্যক্তি বা পৰিয়ালৰ বাবে নহয়, সকলোৰে বাবে অসম গঢ়িম: গৌৰৱ

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

March 7, 2026
প্রমোদৰ দিল্লী যাত্ৰাই ইউপিপিএলক সুৰক্ষিত কৰিব নে সংকুচিত?

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d