Jorhat Murder:
যোৰহাটৰ ম’হবন্ধাত চাঞ্চল্যকৰ ঘটনা ৷ পুৱা বাগানৰ লাইনৰ আবাসীয়ে মৃত অৱস্থাত উদ্ধাৰ কৰে এগৰাকী মহিলাৰ অর্ধউলংগ মৃতদেহ ৷ শৰীৰৰ বিভিন্ন স্থানত আঘাতৰ চিন স্পৰ্শ আছিল ৷ সন্দেহ কৰা মতে অচিনাক্ত দুৰ্বৃত্তই মহিলা গৰাকীক বল্যাৎকাৰ কৰি এইদৰে পেলাই থৈ যায় চাহ বাগানৰ মাজত৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ৷
ADVERTISEMENT




































