Dergaon Accident:
:দেৰগাঁৱৰ বালিজানত সুৰাপাৰী মালবাহী ট্টাক চালকে মহতিয়ালে chevroletবাহনক। যোৰহাটৰ পৰা গুৱাহাটী অভিমুখী NL01AG9661দ্ৰুতবেগী ট্ৰাক খনৰ চালকে একে যোৰহাট দিশৰ পৰা অহা AS05 J 1846 chevrolet খনত মহতিয়াই নিয়াৰ ফলত Chevrolet খনৰ সোঁফালৰ অংশ ভাঙি চুৰমাৰ হৈ যায়। Chevrolet খনৰ চালক মহেন্দ্ৰ পেগুৰ কথমপি ৰক্ষা পৰে। মহেন্দ্ৰ পেগুৰ ঘৰ বোকাখাত আমটেঙাত।ধৃত চালক জনৰ নাম মজিজুল।
ADVERTISEMENT




































