Assam Police Recruitment:আজিৰে পৰা আৰম্ভ হ’ল অসম আৰক্ষীৰ নিযুক্তিৰ আবেদন প্রক্রিয়া

আবেদনৰ অন্তিম দিন ২৬ জানুৱাৰী

WhatsApp Image 2025 12 16 at 4.55.02 PM 1

Assam Police Recruitment:

চাকৰি প্ৰাৰ্থী সকলৰ বাবে ভাল খবৰ ৷ আজিৰে পৰা আৰম্ভ হ’ল অসম আৰক্ষীৰ নিযুক্তিৰ আবেদন প্রক্রিয়া ৷ ২,৩৫০ টা পদৰ বাবে বিজ্ঞাপন প্রকাশ হয় ৷ পদ সমূহ হ’ল উপ- পৰিদৰ্শক, জেইলাৰ,কনিষ্টবল,চালক,চাফাই কৰ্মচাৰী ৷

আনহাতে পদৱী অনুযায়ী পদসমূহ হ’ল উপ পৰিদৰ্শক (ইউবি)৪৮টা,উপ পৰিদৰ্শক (এপিআৰঅ)৪টা,ষ্টেচন অফিচাৰ ৫টা,স্কোৱাড কমাণ্ডাৰ ৬টা,জেইলাৰ ৩৯টা, উপ পৰিদৰ্শক (এবি) ৪৭টা, কনিষ্টবল (ইউবি)১০৫২টা,কনিষ্টবল (গবি)৬৬৩টা, চালক ১২৭টা,অগ্নিনির্বাপক বাহিনীৰ চালক ৯০টা আৰু চাফাই কৰ্মচাৰী ৯৬টা ৷আবেদন জমা দিয়াৰ অন্তিম দিন ২৬ জানুৱাৰী ৷

Exit mobile version