Guwahati-North Guwahati ferry services are closedপ্ৰধানমন্ত্ৰী আগমনক লৈ কাইলৈৰ পৰা বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা

WhatsApp Image 2025 12 19 at 11.37.00 AM

Guwahati-North Guwahati ferry services are closed:

দুদিননীয়া ভ্ৰমণসূচীৰে শনিবাৰে বিয়লি অসমত উপস্থিত হ’ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি দেওবাৰে ব্ৰক্ষপুত্ৰৰ বুকুত এখন জাহাজত পৰীক্ষা পে চৰ্চা ‘শীৰ্ষক এক অনুষ্ঠানত শিক্ষাৰ্থীৰ স’তে অংশ ল’ব ৷যাৰবাবে নিৰাপত্তাজনিত কাৰণত ২১ ডিচেম্বৰৰ দিনৰ ১২বজালৈ গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা বন্ধ ঘোষণা কৰে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে।

Exit mobile version