Cricket pioneer Naba Kamal Bhuyan passes away:অসম ক্ৰিকেটৰ মহিৰূহ নৱ কমল ভূঞাৰ দেহাৱসান

চেন্নাইত শেষ নিশ্বাস ত্যাগ বৰ্ষীয়ান ক্রিকেটাৰ গৰাকীৰ

WhatsApp Image 2025 12 20 at 2.07.00 PM

Cricket pioneer Naba Kamal Bhuyan passes away:

অসম ক্ৰিকেটৰ মহিৰূহ নৱ কমল ভূঞাৰ দেহাৱসান ৷বার্ধক্যজনিত কাৰণত চিকিৎসাধীন হৈ থকা কিংবদন্তি গৰাকী ৯৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে চেন্নাইত ৷ ১৯৪৮ চনত প্রথমখন ৰঞ্জী ট্ৰফী খেলত অংশগ্ৰহণ কৰি প্ৰথমটো ৰাণ সংগ্ৰহ কৰিছিল ৷

প্ৰবাদ প্ৰতিম ক্ৰিকেট গৰাকীৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰিছে বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়া আৰু অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে।

Exit mobile version