Dima Hasao:
পাহাৰীয়া জিলা ডিমা হাচাওত অঘটন ৷ হাফলং উপ-কাৰাগাৰৰ পৰা কাৰাবন্দীৰ পলায়ন। কাৰাগাৰৰ পৰা চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিয়াৰ পিছত চিকিৎসালয়ৰ পৰা হঠাতে পলায়ন কৰে হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত এজন কয়দী ৷ পলাতক কয়দীজনৰ নাম ৰণাল্ডো হাফলংবাৰ। ইতিমধ্যে হাফলং আৰক্ষীয়ে কয়দীজনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।
