CM Vigilance Raid:
মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযান ৷ সুশীল কুমাৰ তামুলী নামৰ অৱসৰপ্ৰাপ্ত অভিযন্তা গৰাকীৰ বাসগৃহ চিএম ভিজিলেঞ্চৰ এটা দলে পুৱা ৬.৩০ বজাৰ পৰাই অব্যাহত ৰাখে অভিযান ৷ অৱসৰ প্ৰাপ্ত অভিযন্তাজনৰ বিৰুদ্ধে আয় বহির্ভূত সম্পত্তি থকাৰ অভিযোগ উদ্থাপিত হৈছিল।
ADVERTISEMENT




































