CM Vigilance Raid:মহানগৰীৰ বেলতলাত চি এম ভিজিলেঞ্চৰ অভিযান

অৱসৰপ্ৰাপ্ত অভিযন্তাৰ বাসগৃহত অভিযান, আয়বহিৰ্ভূত সম্পত্তিৰ বিৰুদ্ধে অভিযান

WhatsApp Image 2025 12 23 at 2.36.12 PM

CM Vigilance Raid:

মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযান ৷ সুশীল কুমাৰ তামুলী নামৰ অৱসৰপ্ৰাপ্ত অভিযন্তা গৰাকীৰ বাসগৃহ চিএম ভিজিলেঞ্চৰ এটা দলে পুৱা ৬.৩০ বজাৰ পৰাই অব্যাহত ৰাখে অভিযান ৷ অৱসৰ প্ৰাপ্ত অভিযন্তাজনৰ বিৰুদ্ধে আয় বহির্ভূত সম্পত্তি থকাৰ অভিযোগ উদ্থাপিত হৈছিল।

Exit mobile version