Cyber Criminal Arrested:মৰিগাঁৱত পুনৰ আৰক্ষী জালত দুই চাইবাৰ অপৰাধী

WhatsApp Image 2025 12 24 at 5.27.24 PM

Cyber Criminal Arrested:

চাইবাৰ অপৰাধীৰ টিঘিলঘিলনি দিনক দিনে বৃদ্ধি পাইছে ৰাজ্যত। চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰস্থিতি গ্ৰহণ কৰি থকাৰ মাজতে মৰিগাঁৱত আটক হ’ল চিএছপিৰ গৰাকী সহ দুই চাইবাৰ অপৰাধী ৷

ভুৱা নথিৰে কেইবাটাও প্ৰতিষ্ঠানৰ পৰা ধন হৰলুকী কৰাৰ অভিযোগত লাহৰীঘাটৰ পৰা মফিজুৰ ৰহমান আৰু নুৰ হুছেইন নামৰ দুই চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰে মৰিগাঁও আৰক্ষীয়ে ৷ ইতিমধ্যে আটকাধীন দুই অপৰাধীক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version