State Bjp Executive:
ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ পাঁচটা মাহ থকা অৱস্থাত শাসকীয় বিজেপি দলে ব্যাপক কুজকাৱাজ আৰম্ভ কৰিছে ৷ ৰাজ্যিক বিজেপিৰ এনে তৎপৰৰ অংশ হিচাপে গুৱাহাটীলৈ আগমন বিজেপিৰ কাৰ্যকৰী সভাপতি নীতিন নবীনৰ।
ADVERTISEMENT
বিজেপিৰ কাৰ্যকৰী সভাপতি ৰূপে দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে আজি গুৱাহাটীত উপস্থিত হ’ব নীতিন নবীন ৷ গুৱাহাটীত অনুষ্ঠিত শাসকীয় দলটোৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ দুদিনীয়া কাৰ্যনিৰ্বাহক সভাত অংশ ল’ব ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতিয়ে




































