Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

মাওবাদীক প্রচণ্ড আঘাত: ১০ বছৰত নিহত ১,৮৬১ জন

চলিত বর্ষত সর্বাধিক সফলতা অর্জন

publisher by publisher
December 27, 2025
in India, News
Reading Time: 1 min read
0
মাওবাদীক প্রচণ্ড আঘাত: ১০ বছৰত নিহত ১,৮৬১ জন
2
SHARES
16
VIEWS
ShareShareShareShare

Maoist:✒️মাওবাদীৰ ওপৰত প্ৰচণ্ড আঘাত হানিবলৈ সক্ষম হৈছে নিৰাপত্তা বাহিনী। বিগত ১০ বছৰত নিৰাপত্তা বাহিনীৰ হাতত চিপিআই (মাওবাদী) ব সহস্রাধিক নেতা-সদস্য নিহত হয়। তদুপৰি এই ১০ বছৰত ১৬,৩৩৬ জন মাওবাদী জালত পৰে আৰু ৯,৫৮৮ জনে আত্মসমর্পণ কৰে। সংসদৰ এইবাৰৰ শীতকালীন অধিবেশনত কেন্দ্রীয় গৃহ ৰাজ্যমন্ত্রী নিত্যানন্দ ৰায়ে এই তথ্য সদৰী কৰে।

ADVERTISEMENT

মন্ত্ৰীজনে সদৰী কৰা অনুসৰি ২০১৫ৰ পৰা চলিত বর্ষলৈ নিৰাপত্তা বাহিনীৰ যৌথ অভিযানত ১,৮৬১ জন মাওবাদী নেতা-কর্মীয়ে প্রাণ হেৰুৱায়। নৰেন্দ্ৰ মোদী চৰকাৰে অহা বছৰৰ ৩১ মাৰ্চৰ ভিতৰত দেশত সম্পূর্ণরূপে মাওবাদ নিঃশেষৰ লক্ষ্য লৈছে। গতিকে বিগত দুবছৰত মাওবাদী বিৰোধী অভিযান অধিক তীব্ৰতৰ হৈছে। এই ১০ বছৰৰ ভিতৰত চলিত বৰ্ষত মাওবাদী বিৰোধী অভিযানত অধিক সফলতা অর্জন কৰে নিৰাপত্তা বাহিনীয়ে। কেন্দ্ৰৰ তথ্য অনুসৰি চলিত বৰ্ষত নিৰাপত্তা বাহিনীৰ হাতত ৩৩৫ জন মাওবাদী নেতা-সদস্য নিহত হয়।

RelatedPosts

ওড়িশাৰ জংগলত মাওবাদী নেতাৰ মৃতদেহ উদ্ধাৰ!

কিশ্তৱাৰত অব্যাহত উগ্ৰপন্থী সন্ধান অভিযান, ইণ্টাৰনেট সেৱা বন্ধ

বিজাপুৰত নিৰাপত্তা বাহিনীৰ স’তে সংঘর্ষ

তদুপৰি নিষিদ্ধ সংগঠনটোৰ ২,১৬৭ জনে প্রশাসনৰ ওচৰত আত্মসমর্পণ কৰে। মাওবাদী বিৰোধী অভিযানত লাভ। কৰা সফলতাৰ ক্ষেত্ৰত এয়া সর্বকালৰ অভিলেখ। উল্লেখ্য যে চলিত বর্ষতে মাওবাদীয়ে বহুকেইজন জ্যেষ্ঠ নেতাক হেৰুৱায়। এইসকলৰ অন্যতম হ’ল নিষিদ্ধ সংগঠনটোৰ সাধাৰণ সম্পাদক নাম্বালা কেশৱ ৰাও ওৰফে বাসৱৰাজু ওৰফে গগন্না, পলিটব্যুৰ’ৰ সদস্য ৰামচন্দ্ৰ ৰেড্ডি ওৰফে চলপতি, তেওঁৰ পত্নী ৰবি ভেংকাটা ওৰফে লক্ষ্মী চৈতন্য ওৰফে অৰুণা, কেন্দ্রীয় সমিতিৰ সদস্য নৰসিংহ ছলম ওৰফে সুধাকৰ, টেক শংকৰ, পিএলজিএৰ মুৰব্বী মাধবী হিদমা আদি। উল্লেখ্য যে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ নিৰ্দেশ অনুসৰি চিপিআই (মাওবাদী) অহা ৩১ মাৰ্চৰ ভিতৰত সম্পূৰ্ণৰূপে নির্মূল কৰাৰ উদ্দেশ্যে চত্তিছগড়, অন্ধ্র প্রদেশ, ওড়িছা আদিত নিৰাপত্তা বাহিনীৰ যৌথ অভিযান অব্যাহত আছে।

এই অভিযানৰ সময়ত সংগঠনটোৰ সশস্ত্র শাখা পিপ’লছ লিবাৰেছন গেৰিলা আর্মী (পিএলজিএ) ৰ বহুসংখ্যক নেতা-কর্মীও নিহত হৈছে। সংসদত গৃহ ৰাজ্যমন্ত্ৰী ৰায়ে লগতে প্ৰকাশ কৰা অনুসৰি বৰ্তমানে মাওবাদীৰ অতি উপদ্রুত তিনিখন জিলা হৈছে চত্তিছগড়ৰ বাষ্টাৰ সংমণ্ডলৰ তিনিখন জিলা ছুকমা, বিজাপুৰ আৰু নাৰায়ণপুৰ। আনহাতে মুঠ মাওবাদী প্রভাবিত জিলাৰ সংখ্যা হৈছে ১১ খন।

এই সম্পর্কত তেওঁ আৰু কয়, ‘সশস্ত্র মাওবাদী উপদ্রুত জিলাৰ সংখ্যা দেশত ২০১৮ৰ এপ্ৰিলত ১২৬ খন আছিল। ইয়াৰ সংখ্যা ২০২১ৰ জুলাইত ৯০ খনলৈ হ্রাস পায়। এই হ্রাস অব্যাহত থাকি ২০২৪ৰ এপ্ৰিলত ৭০ খন হয় আৰু চলিত বৰ্ষৰ এপ্ৰিলত ৩৮ খনলৈ হ্রাস পায়। অৱশেষত চলিত বৰ্ষৰ অক্টোবৰত ১১ খনলৈ হ্রাস পায়।’

তৎসত্ত্বেও মুঠ ২৭ খন জিলাত নিৰাপত্তা বাহিনীয়ে দৃষ্টি ৰাখিছে বুলি মন্ত্রীজনে সদৰী কৰে। তেওঁ লগতে দোহাৰে যে অহা বছৰৰ ৩১ মাৰ্চৰ ভিতৰত দেশত মাওবাদ নিঃশেষ কৰা হ’ব। তদুপৰি তেওঁ লগতে কয় যে ২০২৪ৰ পৰা দেশত মাওবাদীৰ আক্ৰমণৰ ঘটনা ৮১ শতাংশ হ্রাস হৈছে।

আনহাতে, ২০০৪ৰ পৰা ২০১৪ৰ মে’ পর্যন্ত মাওবাদীৰ আক্রমণত ৬,৫০৮ জনে প্রাণ হেৰুৱায়। ইয়াৰে ৪,৬৮৪ জন হৈছে সাধাৰণ লোক। ১,৮২৪ জন নিৰাপত্তা বাহিনীৰ লোক। ইয়াৰ পাছৰ দশকত অর্থাৎ ২০১৫ৰ পৰা চলিত বর্ষলৈ মাওবাদীৰ আক্ৰমণত মৃতৰ সংখ্যা ৮১ শতাংশ হ্রাস পায়। এই ১০ টা বছৰত নিষিদ্ধ সংগঠনটোৰ আক্ৰমণত ১,৮৬৮ জন লোকৰ মৃত্যু হয়। ইয়াৰে ১,৪০৪ জন সাধাৰণ লোক আৰু ৪৬৪ জন নিৰাপত্তা বাহিনীৰ লোক।

আনহাতে, চলিত বৰ্ষৰ মে’ৰ পৰা নৱেম্বৰৰ সময়ছোৱাত মাওবাদীৰ আক্ৰমণত ৪৪ জনৰ মৃত্যু হয়। আনহাতে, কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ তথ্য অনুসৰি ২০১৪ৰ মাৰ্চৰ পৰা চলিত বৰ্ষৰ এক ডিচেম্বৰলৈ নিৰাপত্তা বাহিনীয়ে মাওবাদীৰ বিৰুদ্ধে ২৭,৭৬৫ টা অভিযান চলায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Maoist
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d