Wild Elephant Attack:নগাঁৱৰ জলাহ গাঁৱত বন্যহস্তীৰ উপদ্ৰৱ

বন্যহস্তীৰ আক্ৰমণত আহত তিনিজনলোক

WhatsApp Image 2025 12 30 at 3.28.50 PM

Wild Elephant Attack:

দিনক দিনে বৃদ্ধি পাইছে হাতী – মানুহৰ সংঘাত ৷ শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ লগে লগে খাদ্যৰ সন্ধানত জংঘলৰ পৰা নামি অহা হাতীৰ জাকে জনঅৰণ্যত সৃষ্টি কৰা সন্ত্ৰাসত ত্ৰস্তমান গঞা ৷

নগাঁও জিলাৰ জলাহত বন্যহস্তীৰ উপদ্ৰৱত ত্ৰাহিমধুসূদন দেখিছে গঞাই ৷ হাতীয়ে অৰ্তকিতে কৰা আক্ৰমণত গুৰুতৰভাৱে আহত হয় তিনিজন লোক ৷ লোক কেইজন হ’ল ভাইটি শইকীয়া, তুলসী শইকীয়া আৰু পংকজ শইকীয়া ৷ ইতিমধ্যে তিনিওকে ভৰ্তি কৰা হৈছে নগাঁও চিভিল হাস্পতালত।

Exit mobile version