Guwahati:নৱবৰ্ষৰ পহিলা দিনটোতেই মহানগৰ আৰক্ষীৰ জালত ছয় কুখ্যাত ডকাইত

WhatsApp Image 2026 01 01 at 6.07.34 PM

Guwahati:

নতুনবৰ্ষৰ প্ৰথম দিনটোতে মহানগৰ আৰক্ষীৰ জালত পৰিল ছয়টাকৈ কুখ্যাত ডকাইত ৷ বশিষ্ঠ আৰক্ষীয়ে তৎপৰতাৰে গ্ৰেপ্তাৰ কৰে ডকাইত কেইটাক ৷

উল্লেখ্য য়ে লখৰাৰ এটা গুদামত ডকাইতিৰে লুট কৰি নিছিল প্ৰায় কে’বা লাখ টকাৰ সা- সামগ্ৰী ৷ ধৃত ডকাইত কেইটাৰ নাম অজিৎ দাস, মাজিবুৰ ৰহমান, ৰাজেন্দ্ৰ নায়ক, মাকচিড়ুল হক, ৰফিকুল ধালি আৰু আখটাৰ হুছেইন।

Exit mobile version