Outbreak of winter: শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ বাবে নগাঁৱত পাঠদানৰ সময়সূচী সলনি

WhatsApp Image 2026 01 02 at 2.42.56 PM

Outbreak of winter:

ডিচেম্বৰৰ মাজ ভাগৰ পৰা অব্যাহত থকা শীতৰ প্ৰকোপ শেহতীয়াকৈ যথেষ্ট বৃদ্ধি পাইছে ৷ শীতৰ প্ৰকোপ ক্ৰমাৎ বৃদ্ধি পোৱা ৰ বাবে নগাঁৱত সূচী সলনি হ’ল পাঠদানৰ ৷ নগাঁও জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকে আজি জাৰি কৰা নির্দেশনা অনুযায়ী প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ পাঠদানৰ সূচী ১০বজাৰ পৰা ১বজালৈ আৰু উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ পাঠদানৰ সূচী ১০বজাৰ পৰা ২বজালৈ চলিব পাঠদান। এই নিৰ্দেশনা কাৰ্যকৰী হ’ব ৩ ডিচেম্বৰৰ পৰা ৷

Exit mobile version