Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ডবকাত ১০৯৮ টা ঘৰ উচ্ছেদ, ১২টা মছজিদ গৃহও ভাঙিলে প্রশাসনে

publisher by publisher
January 3, 2026
in News, Assam
Reading Time: 1 min read
0
ডবকাত ১০৯৮ টা ঘৰ উচ্ছেদ, ১২টা মছজিদ গৃহও ভাঙিলে প্রশাসনে
1
SHARES
10
VIEWS
ShareShareShareShare

Eviction:✒️হোজাই জিলাৰ ডবকাৰ যমুনা-মৌডংগা সংৰক্ষিত বনাঞ্চলৰ ছহেজাৰ বিঘা ভূমিত কালি পুৱাৰে পৰা চলিল প্রশাসনৰ বুলড’জাৰ। বন বিভাগৰ শীর্ষ বিষয়াই কয় যে ৮০ দশকৰ এখন অটব্য অৰণ্য যমুনা-মৌডংগা সংৰক্ষিত বনাঞ্চলৰ হেজাৰ হেজাৰ বিঘা ভূমি বেদখল কৰি কে’বাখনো গাঁও গঢ় লৈ উঠিছিল।

ADVERTISEMENT

পুৱাৰে পৰা জিলা আযুক্ত, আৰক্ষী অধীক্ষক আৰু বন বিভাগৰ শীর্ষ বিষয়াৰ উপস্থিতিত আৰক্ষী-চিআৰপিএফৰ বৃহৎ দলসহ প্রশাসনে এক্সকেভেটৰ ব্যৱহাৰ কৰি বন বিভাগৰ ছহেজাৰ ভূমিত উচ্ছেদ অভিযান আৰম্ভ কৰে। প্ৰশাসনৰ তথ্য অনুসৰি, ডবকাৰ যমুনা-মৌডংগা সংৰক্ষিত বনাঞ্চলৰ ছহেজাৰ বিঘা ভূমিত প্রায় ১২৫০টা পৰিয়ালে বেদখল কৰিছিল।

RelatedPosts

Eviction Drive in Doboka:নৱবৰ্ষৰ দ্বিতীয়টো দিনতে ডবকাৰ মৌডংগা সংৰক্ষিত বনাঞ্চলত বৃহৎ উচ্ছেদ অভিযান

ৰূপহীহাটৰ ভকতগাঁৱত ৩৮ বিঘা মাটি উদ্ধাৰ বেদখলকাৰীৰ পৰা

কে’বাশ বাসগৃহ-প্রকাণ্ড প্রকাণ্ড তামোলৰ বাগান চুৰমাৰ কৰি লুটুমাৰীত উচ্ছেদৰ সামৰণি

এই গাঁওসমূহত স্কুল, মছজিদৰ লগতে পানী যোগান আঁচনি, অংগনৱাড়ী কেন্দ্র, বিদ্যুৎ যোগান ধৰা হৈছিল। আজি উচ্ছেদ কালত অসংখ্য ঘৰ-বাৰী, খেতিপথাৰৰ লগতে ১২টা মছজিদ গৃহও ভাঙি পেলায় প্রশাসনে। ইপিনে, বনাঞ্চলৰ ১৫২টা পৰিয়ালে আদালতত গোচৰ তৰাত আৰু এই গোচৰ অমীমাংসিত হৈ থকাত তেওঁলোকৰ ঘৰবোৰত উচ্ছেদ চলোৱা নাই প্রশাসনে। বাকী ১০৯৮টা পৰিয়ালক উচ্ছেদ কৰা হয়।

ইপিনে, উচ্ছেদ চলি থকাৰ মাজতে বিন্নাকান্দি সমষ্টিৰ বিধায়ক চিৰাজুদ্দিন আজমলৰ প্রতিনিধি তথা এআইইউডিএফ নেতা বিলালউদ্দিন বৰভূঞাৰ নেতৃত্বত যোৱা এটা দলে উচ্ছেদত বাধা প্ৰদানৰ চেষ্টা কৰে। তেওঁলোকে অভিযোগ কৰি কয়, ‘প্রশাসনে চলোৱা উচ্ছেদৰ সময়ত গছ কাটি খাস্তাং কৰিছে।’

অৱশ্যে প্রশাসনে তেওঁলোকৰ বিৰোধক গুৰুত্ব নিদি চলাই যায় উচ্ছেদ। আনহাতে, ভুক্তভোগী ৰাইজে ইউডিএফ নেতা বিলালউদ্দিনে ৰাজনৈতিক মুনাফা লুটাৰ চেষ্টা কৰা বুলি অভিযোগ কৰে। উচ্চতম ন্যায়ালয়ত গোচৰ তৰা গুচৰীয়া পক্ষৰ মতে, আজমল উচ্চতম ন্যায়ালয়ৰ কাষেই চপা নাছিল। উচ্ছেদৰ ফলত ঘৰ-বাৰী হেৰুওৱা লোকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। যুগ যুগ ধৰি থাকি অহা ঘৰখন নিমিষতে থানবান হোৱাত অসহায় লোকসকলে এই প্রচণ্ড শীতত মুকলি পথাৰৰ মাজত তম্বু সাজি আশ্রয় ল’বলগীয়া হৈছে।

এই লোকসকলৰ বিকল্প সংস্থাপনৰ কোনো ব্যৱস্থা নকৰাৰ অভিযোগ উঠিছে প্রশাসনৰ বিৰুদ্ধে। উল্লেখ্য যে কালিৰ পৰা আৰম্ভ হোৱা উচ্ছেদিত গাঁওবোৰত বন বিভাগ আৰু ৰাজহ বিভাগে যৌথ জৰীপ চলাই বেদখলকৃত ভূমি চিনাক্ত কৰি বেদখলকাৰীলৈ জাননী জাৰি কৰিছিল। অসম বন আইনৰ নিয়মাৱলী, ১৮৯১(১৯৯২ত সংশোধিত)ৰ ২৪ আৰু ২৫ নম্বৰ ধাৰাৰ অধীনত বেআইনী বুলি বিবেচিত কৰা হয়।

আনহাতে, গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ গ্ৰহণ কৰা ৰাজহুৱা স্বার্থজড়িত আবেদন (পিআইএল১ (২০২২)ৰ বীট আবেদন নম্বৰ ২৫১/২০২৫) আৰু (২৫২/২০২৫) (১৮/০৮/২০২৫ তাৰিখৰ আদেশ) মর্মে বন বিভাগৰ সংৰক্ষিত বনাঞ্চলৰ পৰা অবৈধ বেদখল আঁতৰাবলৈ নির্দেশ দিয়ে আৰু বেদখলকাৰীক যুক্তিসংগতভাবে তেওঁলোকৰ উপস্থিতি বুজাবলৈ ১৫ দিনৰ সময়সীমা বান্ধি দিয়াৰ লগতে অতিৰিক্তভাৱে বনাঞ্চলৰ ভিতৰৰ মাটি খালী কৰিবলৈ আৰু ১৫ দিনৰ সুযোগ দি নির্দেশ দিছিল।

বেদখলকাৰীয়ে কোনো বৈধ নথিপত্র প্রদর্শন কৰিব নোৱৰাত আজিৰ পৰা এই উচ্ছেদ আৰম্ভহয়। অহা দুই-তিনি দিনৰ ভিতৰত সম্পূৰ্ণৰূপে উচ্ছেদ হ’ব যমুনা মৌডংগা সংৰক্ষিত বনাঞ্চলৰ অবৈধ বেদখল।

আমছুৰ প্ৰতিক্রিয়া

আমছুৰ হোজাই জিলাৰ সভাপতি কবিৰ আহমেদ লস্কৰে প্রতিক্রিয়া প্রকাশ কৰি কয় যে উচ্ছেদিত তথা ভূমিহীন লোকসকলক লৈ চৰকাৰ তথা বিৰোধী পক্ষয়ে ৰাজনীতি কৰি আহিছে। তেওঁ কয় আমছু উচ্ছেদৰ বিৰোধী নহয়; কিন্তু চৰকাৰ তথা প্রশাসনে অবৈধ পন্থাৰে যি উচ্ছেদ চলাই আহিছে আমি ইয়াৰ বিৰোধী। চৰকাৰে উচ্ছেদৰ জৰিয়তে ধর্মীয় সংখ্যালঘু লোকসকলক নিঃশেষ কৰাৰ ষড়যন্ত্র চলোৱাৰ অভিযোগ কৰে। উচ্ছেদিতক সংস্থাপনৰ নেতাজনে দাবী জনায়।

নিশা অতিবাহিত মুকলি পথাৰতে

উচ্ছেদিতসকলৰ একাংশই টম্বু পাতি এই কুঁৱলীত কালি নিশাটো পাৰ কৰিলে। এই দুৰ্ভগীয়া লোকসকলে সংস্থাপনৰ দাবী জনায়। উল্লেখ্য যে দল-সংগঠনৰ লগতে ভূমিহীন লোকসকলে ভূমিৰ পট্টা প্ৰদানৰ দাবী জনায়। ইপিনে, বহুসংখ্যকে অন্য স্থানত থকা নিজৰ ভূমি অথবা আত্মীয়ৰ ঘৰত আশ্ৰয় লৈছে যদিও আন একাংশই খেতি পথাৰত তিৰপাল আঁৰি প্ৰচণ্ড শীতত কণ কণ সন্তানক লৈ হাহাকাৰ কৰিছে। তেওঁলোকে কয়, ‘আমাৰ কোনো নাই, নাই এডোখৰ ভূমি, কি কৰিম, ক’ত যাম, আমাৰ সন্তান শিক্ষাৰ পৰা বঞ্চিত হৈ গ’ল, সমাগত বছৰেকীয়া পৰীক্ষা। স্থানীয় বিধায়ক তথা প্রশাসনে আমাক এডোখৰকৈ ভূমি দি জীয়াই থকাৰ ব্যৱস্থা কৰি দিয়ক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DobokaEviction
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d