Guwahati :
শ্ব’কজৰ সন্মুখীন কামৰূপ মহানগৰ জিলাৰ ৩৮ গৰাকী বিদ্যালয়ৰ প্রধান শিক্ষক। বিভাগীয় নির্দেশনা অমান্য কৰাৰ বাবেই জিলা বিদ্যালয় সমূহৰ সংমণ্ডল পৰিদৰ্শক দীপিকা চৌধুৰীয়ে ৩৮ গৰাকী বিদ্যালয়ৰ প্রধান শিক্ষকলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে ৷ শ্ব’কজৰ সন্মুখীন হোৱা আটাইকেইগৰাকী শিক্ষককক ৮ জানুৱাৰীৰ ভিতৰত লিখিতভাৱে উত্তৰ দিবলৈ নিৰ্দেশ দিয়া হৈছে।
ADVERTISEMENT




































