Heroin Seize in Juria:
ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে কঠোৰস্থিতি গ্ৰহণ কৰি অহাৰ মাজতে জুৰীয়া আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী ৷ শিঙাৰীত বিশেষ খবৰৰ ভিত্তিত জুৰীয়া আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই ৯.৪ গ্ৰাম হেৰ’ইন সহ আনছাৰুল ইছলাম নামৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰে ৷
ADVERTISEMENT




































