Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Prasanta Phukan :বিধায়ক অখিল গগৈৰ বিৰুদ্ধে ধনদাবীৰ গুৰুতৰ অভিযোগ

এজন কেবিনেট মন্ত্ৰীৰ পৰা অখিল গগৈয়ে ২০ কোটি টকা বিচৰাৰ অভিযোগ, অভিযোগ কংগ্ৰেছৰ পৰাও ২০ কোটি টকা বিচৰাৰ, বিধায়ক অখিল গগৈক স্থিতি স্পষ্ট কৰিবলৈ প্রত্যাহ্বান মন্ত্রী প্রশান্ত ফুকনৰ

publisher by publisher
January 9, 2026
in Assam, Crime
Reading Time: 1 min read
0
Prasanta Phukan :বিধায়ক অখিল গগৈৰ বিৰুদ্ধে ধনদাবীৰ গুৰুতৰ অভিযোগ
1
SHARES
11
VIEWS
ShareShareShareShare

Prasanta Phukan :

নিৰ্বাচনৰ প্ৰাক্ষণত অসমৰ ৰাজনীতিত পুনৰ তীব্র আলোড়নৰ সৃষ্টি হৈছে। বহুবল্কী ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ বিৰুদ্ধে উত্থাপিত হৈছে। অতি গুৰুতৰ ধনদাবীৰ অভিযোগ । এই ঘটনাই ৰাজ্যৰ ৰাজনৈতিক মহল উত্তাল কৰি তুলিছে। এই অভিযোগক কেন্দ্র কৰি মন্ত্ৰী তথা বিজেপিৰ শীর্ষ নেতা প্রশান্ত ফুকনে সামাজিক মাধ্যমত কটাক্ষ কৰি কয়, ‘সামাজিক মাধ্যমত ভাইৰেল হোৱা এই কথোপকথনৰ বিষয়ে গগৈয়ে নিজৰ স্থিতি স্পষ্ট কৰা উচিত। আপোনাৰ দাবী মানি ল’বলৈ কোনো ইচ্ছুক নহয়।’

ADVERTISEMENT

সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা বিশেষ ফোনকল ৰেকডিঙে এই বিতর্কক অধিক জটিল ৰূপ দিছে। সামাজিক মাধ্যমত ভাইৰেল হোৱা ফোনকলটো হ’ল ৰাইজৰ দলৰ সদস্য পদত্যাগী এজন নেতা আৰু এগৰাকী কৰ্মীৰ মাজত হোৱা কথোপকথন। উক্ত কথোপকথনত গগৈয়ে বিজেপি চৰকাৰৰ এজন মন্ত্ৰীৰ ওচৰত ২০ কোটি টকা দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে। লগতে ধন পৰিশোধ হ’লে বিজেপিৰ বিৰুদ্ধে ৰাজহুৱাভাৱে নিশ্চুপ থাকিব বুলিও কথোপকথনত উল্লেখ আছে। ইয়াৰ উপৰি কংগ্ৰেছ দলৰ ওচৰতো একে পৰিমাণৰ ধন দাবী কৰাৰ কথাও উত্থাপিত হৈছে ফোনকলটোত। যদিও ভাইৰেল ফোনকলটোত কোনো মন্ত্ৰীৰ নাম স্পষ্টভাৱে প্রকাশ পোৱা নাই, তথাপি ইয়াৰ বিষয়বস্তু ৰাজনৈতিক মহলত গভীৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

RelatedPosts

Congress – Raijor Dal Conflict:কংগ্ৰেছ-ৰাইজৰ দলৰ নিৰ্বাচনী মিত্ৰতাৰ সম্ভাৱনা দিনে দিনে হ্রাস

Akhil Gogoi Pressmert:চৰম অনিশ্চয়তাত বিৰোধীৰ মিত্রতা !

Raijar Dal:কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগৰ দিশে ৰাইজৰ দলৰ !

এই প্রসংগত মন্ত্রী প্রশান্ত ফুকনে ফোনকলটো সামাজিক মাধ্যমত আপলোড কৰি স্পষ্টভাৱে গগৈৰ স্থিতি জানিবলৈ আহ্বান জনায়। তেওঁৰ মতে, ৰাজনীতিত স্বচ্ছতা আৰু জবাবদিহিতা অতি প্রয়োজনীয় আৰু এনে গুৰুতৰ অভিযোগৰ ক্ষেত্ৰত নীৰৱতা গ্রহণযোগ্য নহয়।

এই ঘটনাৰ মাজতে ৰাইজৰ দলৰ একাধিক নেতাৰ পদত্যাগে দলটোৰ ভিতৰৰ অসন্তুষ্টি আৰু আভ্যন্তৰীণ সংকটকো পোহৰলৈ আনিছে। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, ভাইৰেল ফোনকল আৰু পদত্যাগসমূহে দলটোৰ সংগঠনগত স্থিৰতা সম্পৰ্কে গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে।

উল্লেখ্য যে এই পর্যন্ত গগৈয়ে ভাইৰেল ফোনকল অথবা ধনদাবীৰ অভিযোগ সন্দর্ভত কোনো আনুষ্ঠানিক প্রতিক্রিয়া দিয়া নাই। এনে অৱস্থাত মন্ত্রী ফুকনৰ মন্তব্যক কেন্দ্ৰ কৰি বিষয়টো অধিক তীব্র ৰূপ লৈছে আৰু আগন্তুক দিনসমূহত অসমৰ ৰাজনীতিত এই বিতর্ক কি ৰূপ ল’ব, সেয়া লক্ষ্যণীয় হৈ পৰিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AKHIL GOGOIMoney DemandPHONE CALL RECORDINGPrasanta Phukan
publisher

publisher

Related Posts

Cyber Fraud & Illegal SIM Racket:চাইবাৰ আৰক্ষীৰ জালত পাঁচ কুখ্যাত চাইবাৰ অপৰাধী
Crime

March 9, 2026
Golakganj:গোলকগঞ্জত হিতাধিকাৰীৰ গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ 

কাৰ্বি আংলঙৰ ৪৪২ হেক্টৰ বনভূমি ধ্বংস কৰি জলবিদ্যুৎ প্রকল্প স্থাপনৰ প্ৰস্তুতি
News

আগন্তুক পাঁচ বছৰত অসমক সমস্যামুক্ত ৰাজ্যৰূপে গঢ়াৰ সংকল্প
Assam

March 8, 2026
চলিত বিত্তীয় বর্ষত ধার্য লক্ষ্যৰ ৫০ শতাংশ পথো নির্মাণ নহ’ল অসমত 

এজন ব্যক্তি বা পৰিয়ালৰ বাবে নহয়, সকলোৰে বাবে অসম গঢ়িম: গৌৰৱ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d