Kachiali Awards:সত্ৰীয়া সংস্কৃতিৰ সাধক নগাঁৱৰ প্ৰদীপ কুমাৰ বৰা (বৰবায়ন) লৈ ‘কাঁচিয়লি বঁটা – ২০২৬’
সত্ৰ সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবেই শিল্পী গৰাকীলৈ এই সন্মান
আগন্তুক ২৬ জানুৱাৰীত নগাঁৱৰ বৰাগাঁৱত অনুষ্ঠিত হ’বলগীয়া ‘কাঁচিয়লি বাৰ্ষিক নাট সমাৰোহ’ত শিল্পী গৰাকীক প্ৰদান কৰা হ’ব এই সন্মান
