Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আফ্ৰিকাত পৃথিৱীৰ খোলাত মেলিছে ফাট

    আফ্ৰিকাত পৃথিৱীৰ খোলাত মেলিছে ফাট

    Bijni Murder:বিজনীত চাঞ্চল্যকৰ হত্যাকাণ্ড, পত্নীক ঘপিয়াই হত্যা স্বামীৰ

    Fast Track Court:শনিবাৰে সাময়িকভাৱে বন্ধ থাকিব ফাৰ্ষ্টট্ৰেক আদালতৰ কাম-কাজ

    SC Rejects TMC Plea:সৰ্বোচ্চ ন্যায়ালয়ত মুখথেকেচা তৃণমূল কংগ্ৰেছৰ

    নিজৰ সন্তানক কিদৰে পালন কৰিব মাতৃয়ে?

    নিজৰ সন্তানক কিদৰে পালন কৰিব মাতৃয়ে?

    মাথোঁ এক লিটাৰ ইথানল উৎপাদনৰ বাবে প্রয়োজন হ’ব ১০ হেজাৰ লিটাৰ পানী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

১৫৮ বিধ সুকীয়া খাদ্য উপাচাৰেৰে জোঁৱায়েকক আদৰিলে

publisher by publisher
January 16, 2026
in India, News
Reading Time: 1 min read
0
১৫৮ বিধ সুকীয়া খাদ্য উপাচাৰেৰে জোঁৱায়েকক আদৰিলে
1
SHARES
13
VIEWS
ShareShareShareShare

অসমীয়াই মাঘ বিহু উদযাপন কৰাৰ সময়ত অন্ধ্রপ্রদেশত পেড্ডা পাণ্ডুগা নামৰ সংক্রান্তি উৎসৱ পালন কৰা হয়। মাঘ বিহুৰ দৰে পেড্ডা পাণ্ডুগাও উৎসৱো শস্য চপোৱাৰ উৎসৱ। এই উৎসৱৰ সময়তে ৰাজ্যখনৰ গুণ্টৰ জিলাৰ এজন লোকে জীয়েক-জোঁৱায়েকক ১৫৮ বিধ খাদ্য উপাচাৰেৰে আপ্যায়ন কৰি চর্চালৈ আহিছে।

ADVERTISEMENT

জীয়েক-জোঁৱায়েকক আদৰিবলৈ এনে ব্যয়বহুল খাদ্য সম্ভাৰ যোগাৰ কৰা এই লোকজনৰ নাম বন্দনাপু মুৰালিকৃষ্ণ। তেওঁ আৰু তেওঁৰ পত্নীয়ে জীয়েক-জোঁৱায়েকক ৰাজকীয় খাদ্য-সম্ভাৰেৰে আদৰণি জনায়। মুৰালিকৃষ্ণ দম্পতীৰ কন্যা মৌনিকাৰ স’তে বিবাহপাশত আবদ্ধ হৈছে গোদাবৰী জিলাৰ ৰাজাহমুণ্ডীৰ শ্রীদও। যোৱা বছৰ দুয়োৰে বিবাহ সম্পন্ন হয়। গতিকে এইবাৰৰ সংক্রান্তি উৎসৱ নৱ দম্পতীৰ যুগ্ম জীৱনৰ ক্ষেত্রত প্রথম আছিল।

RelatedPosts

আফ্ৰিকাত পৃথিৱীৰ খোলাত মেলিছে ফাট

Bijni Murder:বিজনীত চাঞ্চল্যকৰ হত্যাকাণ্ড, পত্নীক ঘপিয়াই হত্যা স্বামীৰ

Fast Track Court:শনিবাৰে সাময়িকভাৱে বন্ধ থাকিব ফাৰ্ষ্টট্ৰেক আদালতৰ কাম-কাজ

উল্লেখ্য যে সংক্রান্তি উৎসৱৰ জৰিয়েত পৰিয়ালৰ মৰম-চেনেহ, সম্মান আৰু আতিথ্যৰ আন্তৰিক প্ৰতিফলন ঘটোৱা হয়। এই উৎসৱ উদযাপন কৰোতে জোঁৱায়েকসকললৈ ৰজাৰ দৰে সন্মান প্ৰদৰ্শনৰ পৰম্পৰা আছে।

শহুৰেকৰ পৰিয়ালে জোঁৱায়েকসকলৰ সম্মানার্থে ভোজ-ভাতৰ আয়োজন কৰে, উপহাৰ আগবঢ়ায় আৰু উষ্ম আদৰণি জনায়। মুৰালিকৃষ্ণ দম্পতীয়ে তেওঁলোকৰ জোঁৱায়েক শ্রীদত্তৰ বাবেও এইবাৰ ১৫৮ বিধ খাদ্য উপাচাৰৰ আয়োজন কৰে।

সেইসমূহৰ মাজত মিঠাই, বিস্কুট, পৰম্পৰাগত আমিষ-নিৰামিষ খাদ্যও থাকে। চাৰিদিন ধৰি পালন কৰা পেড্ডা সময়ত এই দম্পতীয়ে মুৰুকুল, চেকালু, পাণ্ডুগা উৎসৱত জোঁৱায়েকক আদৰাৰ গাৰেলুকে ধৰি গুড়যুক্ত মিঠাইৰেও আপ্যায়ন কৰে।

এই দম্পতী হৈছে গুন্টুৰ জিলাৰ প্রখ্যাত সাংস্কৃতিক স্থান টেনালিৰ। টেনালি অঞ্চল কলা, নাটক, সাহিত্য আদিৰ চহকী পৰম্পৰাৰ বাবে বিখ্যাত। প্রাচীন বিজয়নগৰ ৰাজ্যৰ সময়ৰ বিখ্যাত কবি টেনালিৰাম আছিল এই অঞ্চলৰে। তেওঁ বিজয়নগৰ ৰাজদৰবাৰৰ বুদ্ধিদীপ্ত কবি আছিল।

টেনালি চহৰ মিঠাই বিশেষকৈ বেল্লাম জেলেপিৰ বাবেও বিখ্যাত। এই জেলেপি স্থানীয়ভাবে উপলব্ধ গুড়ৰ স’তে তৈয়াৰ কৰা হয়। এইবাৰ পেড্ডা পাণ্ডুগা উৎসৱৰ মূল পর্ব বৃহস্পতিবাৰে আছিল। এই উৎসব উপলক্ষে যোৱা ১০ জানুৱাৰীৰ পৰা চৰকাৰী বন্ধ চলি আছে। অহা ১৮ জানুৱাৰীতহে চৰকাৰী কার্যালয় আদি মুকলি হ’ব।

এই উৎসৱৰ সময়ত সূর্য দেৱতাক প্রার্থনা জনোৱা হয়। ৰবি খেতি ভাল হোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি উৎসৱৰ কেইদিনত সূর্যক প্রার্থনা জনোৱা হয়। পেড্ডা পাণ্ডুগা উৎসৱৰ প্রথম দিনা ভোগিমান্টাল জ্বলোৱা হয়। এই ভোগিমান্টালো এক ধৰণৰ মেজি। মেজি জ্বলোৱা কাৰ্যই পুনৰুজ্জীৱিতকৰণক সূচায়। উৎসৱৰ দ্বিতীয় দিনা সূৰ্যই মকৰ সংক্ৰান্তিত প্ৰৱেশ কৰাক বুজায়। উক্ত দিনা মহিলাসকলে ঘৰৰ আগফাল সজাই-পৰাই দৃষ্টিনন্দন কৰে।

আনহাতে, উৎসৱৰ তৃতীয় দিনটোক গৰু-ম’হৰ প্ৰতি উৎসৰ্গা কৰা হয়। উক্ত দিনা পোহনীয়া প্রাণীক গা ধুওৱা হয়, সজাই-পৰাই তোলা হয় আৰু কৃষি ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে এই প্রাণীসমূহক পূজা কৰা হয়। আনহাতে, উৎসৱৰ চতুৰ্থ দিনা সামূহিক ভোজ-ভাতৰ আয়োজন কৰা হয়। এই ভোজ-ভাতত আমিষ-নিৰামিষ দুয়োবিধ খাদ্যই থাকে। অৱশ্যে গুন্টুৰ জিলাকে ধৰি ৰাজ্যখনৰ বহু অঞ্চলৰ লোকৰ বাবে এই সংক্রান্তি উৎসৱ কেৱল এক শস্য চপোৱাৰ উৎসৱেই নহয়, এই উৎসৱ তেওঁলোকৰ বাবে এক গভীৰ পাৰিবাৰিক বান্ধোনৰ প্রতীকো।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

আফ্ৰিকাত পৃথিৱীৰ খোলাত মেলিছে ফাট
world

আফ্ৰিকাত পৃথিৱীৰ খোলাত মেলিছে ফাট

May 2, 2026
Bijni Murder:বিজনীত চাঞ্চল্যকৰ হত্যাকাণ্ড, পত্নীক ঘপিয়াই হত্যা স্বামীৰ
News

Bijni Murder:বিজনীত চাঞ্চল্যকৰ হত্যাকাণ্ড, পত্নীক ঘপিয়াই হত্যা স্বামীৰ

May 2, 2026
Fast Track Court:শনিবাৰে সাময়িকভাৱে বন্ধ থাকিব ফাৰ্ষ্টট্ৰেক আদালতৰ কাম-কাজ
News

Fast Track Court:শনিবাৰে সাময়িকভাৱে বন্ধ থাকিব ফাৰ্ষ্টট্ৰেক আদালতৰ কাম-কাজ

May 2, 2026
SC Rejects TMC Plea:সৰ্বোচ্চ ন্যায়ালয়ত মুখথেকেচা তৃণমূল কংগ্ৰেছৰ
News

SC Rejects TMC Plea:সৰ্বোচ্চ ন্যায়ালয়ত মুখথেকেচা তৃণমূল কংগ্ৰেছৰ

May 2, 2026
নিজৰ সন্তানক কিদৰে পালন কৰিব মাতৃয়ে?
News

নিজৰ সন্তানক কিদৰে পালন কৰিব মাতৃয়ে?

May 2, 2026
মাথোঁ এক লিটাৰ ইথানল উৎপাদনৰ বাবে প্রয়োজন হ’ব ১০ হেজাৰ লিটাৰ পানী
News

মাথোঁ এক লিটাৰ ইথানল উৎপাদনৰ বাবে প্রয়োজন হ’ব ১০ হেজাৰ লিটাৰ পানী

May 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d