Guwahati:কাইলৈ অসমলৈ আগমন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ফ্লেগঅফ হ'ব বন্দে ভাৰত শ্লীপাৰ এক্সপ্ৰেছ ট্ৰেইনৰ

WhatsApp Image 2026 01 16 at 11.22.28 AM

Guwahati:

শনিবাৰে অসমলৈ আগমন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ উত্তৰ-পূবৰ ৰে’ল যাত্ৰাত হ’ব নতুন সংযোজনৰে বন্দে ভাৰত শ্লীপাৰ এক্সপ্ৰেছ ট্ৰেইনৰ শুভাৰম্ভ হ’ব। কামাখ্যা ষ্টেচনৰ পৰা হাওৰালৈ চলিবলগীয়া বন্দে ভাৰত শ্লীপাৰ ট্ৰেইন খন শনিবাৰে আনুষ্ঠানিকভাৱে মুকলি হ’ব ৷ হাওৰাৰ পৰা কামাখ্যালৈ যাত্ৰা আৰম্ভ কৰিবলগীয়া দ্বিতীয়খন ৰে’লৰ ফ্লেগঅফ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । আনহাতে কামাখ্যাৰ পৰা হাওৰালৈ চলিবলগীয়া প্ৰথম খলন বন্দে ভাৰত শ্লীপাৰ এক্সপ্ৰেছ ৰে’ল খনৰ কামাখ্যাত ফ্লেগঅফ কৰিব মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শর্মাই ৷

Exit mobile version