Today’s Horoscope:দিনটোৰ ৰাশিফল

images 1

Today’s Horoscope:দিনটোৰ ৰাশিফল

মেষ: বিদ্যার্থীৰ অনুকূল। মনত বল ৰাখক। ঘৰুৱা সমস্যা শাম কাটিব। আর্থিকত মধ্যম। প্রেম প্রণয়নত। আবেগ বৃদ্ধি। চাকৰিয়ালৰ মজলীয়া।

বৃষ: যান-বাহন চলোৱাত সাৱধান থাকিব। খাদ্য দ্ৰব্যৰ ব্যৱসায়ত ভাল দেখা যায়। প্রেমত মোটামুটি। দূৰ ভ্ৰমণৰ ইচ্ছা মনত জাগিব।

মিথুন: নিবনুৱাৰ ভাল বেয়াৰ মাজেৰে দিনটো পাৰ হ’ব। চাকৰিয়ালৰ মজলীয়া। দাম্পত্যত ভালেই ক’ব পাৰি। প্ৰেমত শুভ। উচ্চ বিদ্যাত সাফল্য পাব।

কর্কট: শৰীৰ স্বাস্থ্য এক প্রকাৰ ভাল দেখা নাযায়। দূৰ ভ্ৰমণ হ’ব পাৰে। ঘৰুৱাত শান্তি। প্রেমত শুভ ফল আশা কৰিব পাৰে। বিদ্যাত মজলীয়া।

সিংহ: কর্মক্ষেত্রত ভাল তথাপিতো নিজৰ ভাৱমূৰ্তি অম্লান ৰাখিবলৈ চেষ্টা কৰক। ঘৰুৱা বিবাদৰ সমাধান বিচাৰি পাব। ব্যৱসায়ত নতুন কামত হাত দিব পাৰে। প্ৰেমত শুভ।

কন্যা: আর্থিকত সফলতা দেখা যায়। দিনটোত মনৰ কোনো আশা পূৰণ হ’ব পাৰে। ৰাজনীতিকৰ ব্যস্ততা বৃদ্ধি। বিদ্যার্থী দিনটো ভালেই। নিবনুৱাৰ ভাল-বেয়াৰ মাজেৰে দিনটো পাৰ হ’ব। কর্মত শুভ।

তুলা: সন্তানৰ স্বাস্থ্য ভালেই দেখা যায়। চুটি ভ্রমণ হ’ব পাৰে। ঘৰত সামাজিক অনুষ্ঠান হোৱাৰ সম্ভাৱনা আছে। সন্তানৰ পৰা ভাল খবৰ পাব। চাকৰি ক্ষেত্ৰত্রত ভাল।

বৃশ্চিক: ভ্রাতৃৰ কৰ্মসূত্রে দূৰ স্থান গমন। প্ৰেমত বিয়া-বাৰুৰ কথা আগবাঢ়িব। মাতৃৰ স্বাস্থ্য ভাল দেখা নাযায়। বিদ্যাত মাধ্যম। খৰচৰ মাত্রা কিছু পৰিমাণে বাঢ়িব।

ধনু: সামাজিক কর্মতৰু সকলে সতর্ক থাকক। কাৰণ দুষ্ট লোকৰ চক্রান্তই কর্মত বাধ দিব। সন্তানৰ হানি কৰিব পাৰে। বিদ্যাত শুভ।

মকৰ : পতি-পত্নীৰ মাজত বিচ্ছেদ। দিনটো সাৱধানে পাৰ কৰিব। কর্মক্ষেত্ৰত সাৱধান। দূৰ ভ্ৰমণ আছে। বিয়াৰ যোগাযোগত বাধা আহিব।

কুম্ভ: ব্যৱসায়ীসকলে সাৱধান হোৱা ভাল। আর্থিকত ভাল দেখা নাযায়। ঘৰুৱা সমস্যাই দেখা দিব। স্বাস্থ্য ঠিকেই থাকিব। গৱেষণা কর্মত অগ্রগতি।

মীন: দিনটো বিদ্যাত সিমান বাধা নাই। শৰীৰ ভালেই দেখা যায়। পিতৃৰ শুভ। প্ৰেমত শুভ যদিও সাৱধান। চাকৰিয়ালৰ মজলীয়। শৰীৰৰ যত্ন লওক। বন্ধুৰ পৰা সহায় পাব।

Exit mobile version