Horoscope:✒️মেষ: কর্মস্থানত মধ্যম, দূৰ ভ্ৰমণৰ যোগ। বিদ্যা-বুদ্ধিত শুভ। সন্তানক লৈ চিন্তা বাঢ়িব। শৰীৰত বিষ হ’ব পাৰে। শুভ ৰং মুগা। শুভ সংখ্যা ২।
বৃষ: কর্মোন্নতিত আনৰ প্ৰভাৱ পৰিব পাৰে। বিখ্যাত লোকৰ সংগ পাব পাৰে। ভ্রমণ নকৰাই ভাল। শুভ ৰং নীলা। শুভ সংখ্যা ৫।
মিথুন: পশ্চিম দিশত ভ্রমণত লাভৱান হ’ব। শত্রু নাশ হ’ব, গোপন তথ্যৰ সন্ধান পাব পাৰে। আর্থিক ব্যয়, শৰীৰ মাধ্যম। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৪।
কর্কট: কর্মস্থানত উচ্চ পদস্থ ব্যক্তিৰ লগত সাক্ষাৎ হ’ব পাৰে। খৰচ বৃদ্ধি সু-সংবাদ পাব। কিছু পৰিস্থিতিৰ লগত মোকাবিলা কৰিব লগা হ’ব পাৰে। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৭।
সিংহ: ধার্মিক দিশ প্রকাশ পাব। কর্মব্যস্ততা বাঢ়িব। শৰীৰ মধ্যম। আর্থিক চিন্তা বৃদ্ধি। বিষ্ণু ভগৱানক পূজা কৰিব। শুভ ৰং বগা। শুভসংখ্যা ১।
কন্যা: কোনো যোগাযোগাৰ পৰা লাভৱান হ’ব পাৰে। কর্মস্থানত মাধ্যম। শিং থকা জীৱ-জন্তুৰ পৰা সাৱধান হওক। প্ৰেমত কষ্ট। মাাঘন ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ৫।
তুলা: লেখক-লেখিকাৰ সুনাম বৃদ্ধি, সততা ৰক্ষা পৰিব। শৰীৰ ভাল। কর্ম ব্যস্ততা বাঢ়িব। দাম্পত্যত শুভ। নতুন সংস্থাপন পাব পাৰে। ব্যয় বৃদ্ধি। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৪।
বৃশ্চিক: যান-বাহনত কষ্ট হ’ব পাৰে। কৰ্মত মাধ্যম। নিজৰ শক্তিত বিশ্বাস ৰাখক। ব্যয় বৃদ্ধি। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৩।
ধনু: কর্মক্ষেত্রত সম্মান বৃদ্ধি। মনত দুচিন্তা নানিব। খৰচৰ মাত্রা বৃদ্ধি। শৰীৰত পুৰণি বেমাৰে কষ্ট দিব পাৰে। শুভ ৰং কমলা। শুভ সংখ্যা ৩।
মকৰঃ কৰ্মত জটিল হ’ব। বন্ধুৰ পৰা সাৱধান হওক। দুষ্ট লোকৰ পৰা সাৱধান, হওক। বিদ্যাত শুভ। শুভ ৰং সোণালী। শুভ সংখ্যা ৩।
কুম্ভ: বাত বিষ হ’ব পাৰে। ব্যৱসায়-বাণিজ্যত শুভ। আনৰ ওপৰত ভৰসা নকৰিব। সমস্যা সমাধান হ’ব। শুভ ৰং আকাশী নীলা। শুভসংখ্যা ১।
মীন: নতুন যোগাযোগৰ অনুকূল আশা, বিদ্যাত মধ্যম। আকস্মিক কোনো সুযোগ সম্ভাৱনা আছে। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৬।































