Cm Vigilance Raid:
ৰাজ্যৰ বন বিভাগৰ অৰণ্য ভৱনত কৰ্মৰত কুশল কুমাৰ ডেকা নামৰ ডিএফ অ’ এগৰাকীৰ বাসগৃহত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযান। জ্যেষ্ঠ বন বিষয়া গৰাকীৰ মহানগৰীৰ মঠঘৰীয়া বড়ো চ’কৰ ২১৩ নং ঘৰত মঙলবাৰে পুৱাৰে পৰা চিএম ভিজিলেঞ্চে অভিযান চলাই ৷ উল্লেখ্য যে ডেকাৰ বিৰুদ্ধে আয়বর্হিভূত সম্পত্তিক লৈ চিএম ভিজিলেন্সত ০১/২০২৬ নম্বৰত ৰুজু হৈছিল এটা গোচৰ । এই গোচৰ অনুসৰি চিএম ভিজিলেঞ্চৰ তদন্তকাৰী দলে অভিযান চলাই ৷
ADVERTISEMENT




































