Guwahati Theft:
গুৱাহাটী মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে অপৰাধীৰ টিঘিলঘিলনি ৷ নিশা হ’লেও অপৰাধীয়ে নিবিঘ্নে চলাই যায় অপৰাধমূলক কাৰ্যকলাপ । যাৰবাবে সন্ত্ৰস্ত হৈ পৰিছে মহানগৰবাসী ৷ মঙলবাৰে নিশা জালুকবাৰীত সংঘটিত হ’ল চাঞ্চল্যকৰ ঘটনা ৷ চুৰি কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰি লপাথপা খালে দুট গভাইত চোৰ। আন এজন চোৰক নিচাসক্ত অৱস্থাত ধৰা পেলাই ৰাইজে । পিছত ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ চোৰ কেইটাক আটক কৰে ।
ADVERTISEMENT




































