Lamding: লামডিং ৰে’লৱে জংচনত ড’নি প’ল এক্সপ্রেছ ৰে’লৰ পৰা গুলী উদ্ধাৰ 

WhatsApp Image 2026 01 24 at 4.03.29 PM

Lamding:

গণতন্ত্ৰ দিৱসৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী সষ্টম হৈ থকাৰ মাজতে হোজাই জিলাৰ লামডিং ৰে’লৱে জংচনত সক্ৰিয় গুলী উদ্ধাৰ । নামনিমুৱা ১৫৮১৭ নাহৰলগুন-চুখভী অভিমুখী ড’নি প’ল এক্সপ্রেছ ৰে’ল খন ষ্টেচনত অৱস্থান কৰাৰ সময়তে বিশেষ সূত্ৰৰ পমখেদি ৰে’লৱে আৰক্ষীয়ে এটা ডবাত অভিযান চলাই এটা বেগৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় ৫জাঁই সজীৱ গুলী ৷ অৱশ্যে বেগটোৰ গৰাকীৰ শুংসূত্ৰ নাপালে অভিযানকাৰী দলে ।

Exit mobile version