Basistha Police:
মহানগৰ আৰক্ষীৰ ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ মাজতে বশিষ্ঠ আৰক্ষীৰ জালত পৰিল এটা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ৷ মহানগৰীত সংগোপনে ড্ৰাগছ সৰবৰাহৰ কৰি অহা ড্ৰাগছ সৰবৰাহকাৰী বিজয় দাসক ৯ কেজি গাঞ্জা সহ আটক কৰে বশিষ্ঠ আৰক্ষীয়ে I ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনৰ ঘৰ গোৱালপাৰাৰ লক্ষীপুৰত ৷
ADVERTISEMENT




































