মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাক লৈ নলবাৰীত বি এন এছ এছৰ ১৬৩ ধাৰা জাৰ

IMG 20260205 WA0071

পৰীক্ষাক লৈ কেবাটাও নিৰ্দেশনা জাৰি জিলা প্ৰশাসনৰ

লাউডস্পীকাৰ,মাইক্ৰ’ফ’ন আদি অনুমতি অবিহনে নোৱাৰিব বজাব

নিশাৰ ভাগত আৰু পৰীক্ষা চলি থকাৰ মাজত লাউডস্পীকাৰ মাইক্ৰ’ফ’ন বজোৱাত নিষেধাজ্ঞা

অকৰ্তৃত্বশীল ব্যক্তিয়ে পৰীক্ষা কেন্দ্ৰৰ পৰা এশ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত জুম বান্ধি থাকিব নোৱাৰিব

ম’বাইল,বৈদ্যুতিক সজুলি পৰীক্ষা হলত নিয়াৰ ক্ষেত্ৰত বাৰণ জিলা প্ৰশাসনৰ

Exit mobile version